অৱ সখি পেখো মদন গোপালা
।।ৰাগঃ নাট মল্লাৰ ।।পৰিতাল।।
ধ্ৰুং|| অব সখি পেখু মদন গোপালা|
হাৰ কিৰীটি কুণ্ডল মণি সোভে কণ্ঠে কদম্বকু মালা||
পদ।। কৰ তলে বেণূ ধেনু আগু চলাৱে
বাছৰু পাছু পাছু ধায়|
শঙ্কৰ সুৰ, চতুৰ মুহ নমিয়ে
ওহি চৰণ গুণ গায়||
দাম সুদাম বালক সৱ ধাৱে
সঙ্গে ৰঙ্গে খেলে দিন|
কৃষ্ণক দাস দাস দীন মাধৱ
কহয় ভকতি মতিহীনা||