ৱিকিউৎস:বৈঠক/ৱিকিউৎস উচ্চতৰ কৰ্মশালা, ১৮ অক্টোবৰ, ২০২০
তাৰিখ সম্পাদনা কৰক
১৮ অক্টোবৰ, ২০২০
সময়: সন্ধ্যা ৭ টাত
মাধ্যম সম্পাদনা কৰক
গুগল মিট
সমল ব্যক্তি সম্পাদনা কৰক
উপস্থিতি সম্পাদনা কৰক
ন-পুৰণি সদস্য মিলাই মুঠ ২৫ গৰাকী ব্যক্তিয়ে এই কৰ্মশালাত যোগদান কৰে।
আলোচিত বিষয় সম্পাদনা কৰক
- সংশোধন বা প্ৰুফৰিডিঙত ব্যৱহৃত বিভিন্ন সাঁচ
- ফৰ্মেটিং বা সজ্জা (বিভিন্ন কিতাপৰ উদাহৰণৰে সৈতে)
- সংশোধন স্থিতিৰ বুটামৰ ব্যৱহাৰ
- বৈধকৰণ
ম্যাদ সম্পাদনা কৰক
- কৰ্মশালাৰ মূল কাৰ্যসূচী প্ৰায় ৫০ মিনিট।
- প্ৰশ্নোত্তৰ ১০ মিনিট।