ৱিকিউৎস:বৈঠক/ৱিকিউৎস উচ্চতৰ কৰ্মশালা, ১৮ অক্টোবৰ, ২০২০
(ৱিকিউৎস:বৈঠক/ৱিকিউৎস উচ্চতৰ কৰ্মশালা, ১৮ অক্টোবৰৰ পৰা পুনঃনিৰ্দেশিত)
তাৰিখ
সম্পাদনা কৰক১৮ অক্টোবৰ, ২০২০
সময়: সন্ধ্যা ৭ টাত
মাধ্যম
সম্পাদনা কৰকগুগল মিট
সমল ব্যক্তি
সম্পাদনা কৰকউপস্থিতি
সম্পাদনা কৰকন-পুৰণি সদস্য মিলাই মুঠ ২৫ গৰাকী ব্যক্তিয়ে এই কৰ্মশালাত যোগদান কৰে।
আলোচিত বিষয়
সম্পাদনা কৰক- সংশোধন বা প্ৰুফৰিডিঙত ব্যৱহৃত বিভিন্ন সাঁচ
- ফৰ্মেটিং বা সজ্জা (বিভিন্ন কিতাপৰ উদাহৰণৰে সৈতে)
- সংশোধন স্থিতিৰ বুটামৰ ব্যৱহাৰ
- বৈধকৰণ
ম্যাদ
সম্পাদনা কৰক- কৰ্মশালাৰ মূল কাৰ্যসূচী প্ৰায় ৫০ মিনিট।
- প্ৰশ্নোত্তৰ ১০ মিনিট।