ৰূপালীম/অৰ্পণ
< ৰূপালীম
মোৰ এই দেখাত
সমন্ধ নোহোৱা জীৱনৰ ঘটনাৱলীৰ
আভ্যন্তৰীণ সমন্ধ ৰহস্যৰ আচল
আঁতি-গুৰি বুজ পাওঁতা....
বাঘজৰী ধৰোঁতা...
জীৱনৰ অকৃতকাৰ্য্যতাৰ সৌপান শ্ৰেণী
উঠি গৈ কৃতকাৰ্য্যতাৰ কলচী চোওঁতা...
মোৰ প্ৰতি ফুলকুমলীয়া হৃদয়
শাসন-কঠোৰতাৰে ঢাকি ৰাখোঁতা
মোৰ কৰ্ম্মজীৱনৰ সোণৰ সৱিতা
মাজুদেউতা
চন্দ্ৰকুমাৰ আগৰৱালাৰ
চিৰউজ্জ্বল
স্মৃতিত
শ্ৰীজ্যোতি