Template documentation[view] [edit] [history] [purge]

ব্যৱহাৰবিধি সম্পাদনা কৰক

এই সাঁচখন নাটক, স্ক্ৰিপ্ট আদিৰ পাঠ সজ্জিত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

প্ৰাচলসমূহ সম্পাদনা কৰক

প্ৰয়োজনীয়
  • নাম: চৰিত্ৰৰ নাম
  • কথা: চৰিত্ৰৰ কথা
বৈকল্পিক
  • ব্যৱধান: প্ৰথম স্তম্ভৰ (চৰিত্ৰৰ নাম) প্ৰস্থ সলনি কৰিবলৈ ইয়াক ব্যৱহাৰ কৰক। ইয়াক em ৰে জোখা হয়। 5em ইয়াৰ ডিফল্ট আকাৰ।

উদাহৰণ সম্পাদনা কৰক

ইনপুট সম্পাদনা কৰক
{{playscript
 | হালোৱা।—
 | (কানত নাঙ্গল-যুৱলি লৈ ঘৰমুৱা হৈ প্ৰৱেশ) হৰি-গুৰু-বান্ধব! উঃ, কেতিয়া নো পাওঁগৈ ঘৰ ঐ! ভোকে-পিয়াহে গা আচন্দ্ৰাই কৰিছে! ধূৱঁলি-কুৱঁলিখন দেখিছোঁ! 
}}
{{playscript
 | জালোৱা।—
 | (উধাতু খাই প্ৰৱেশ) হেৰৌ, সেইটো কোন্ ঔ? কাতিয়া ককাই হৱ নে ঔ? 
}}
আউটপুট সম্পাদনা কৰক
হালোৱা।— (কানত নাঙ্গল-যুৱলি লৈ ঘৰমুৱা হৈ প্ৰৱেশ) হৰি-গুৰু-বান্ধব! উঃ, কেতিয়া নো পাওঁগৈ ঘৰ ঐ! ভোকে-পিয়াহে গা আচন্দ্ৰাই কৰিছে! ধূৱঁলি-কুৱঁলিখন দেখিছোঁ!
জালোৱা।— (উধাতু খাই প্ৰৱেশ) হেৰৌ, সেইটো কোন্ ঔ? কাতিয়া ককাই হৱ নে ঔ?
 

পাঠ্য উৎস: ভূত নে ভ্ৰম/প্ৰথম অঙ্ক

দুটা পৃষ্ঠাত থকা বাক্য সম্পাদনা কৰক

এই সাঁচৰ বৈকল্পিক সংস্কৰণ:

উদাহৰণস্বৰূপে, ধৰাহ'ল, এটা বাক্য এইদৰে ভাঙি গৈছে:

পৃষ্ঠা ১ পৃষ্ঠা ২
Juliet: O Romeo, Romeo! wherefore art thou Romeo?

Deny thy father and refuse thy name;

  Or, if thou wilt not, be but sworn my love,

And I'll no longer be a Capulet.

প্ৰথম পৃষ্ঠাটো এনেদৰে লিখা উচিত:

{{playscript/s
 | Juliet:
 | O Romeo, Romeo! wherefore art thou Romeo?
Deny thy father and refuse thy name;}}

লগতে ফুটাৰত {{playscript/e}} লিখিব লাগিব।

আকৌ, দ্বিতীয় পৃষ্ঠাটো এনেদৰে লিখা উচিত:

{{playscript/e
 |Or, if thou wilt not, be but sworn my love,
And I'll no longer be a Capulet.
}}

লগতে হেডাৰত {{playscript/s}} লিখিব লাগিব।

টোকা সম্পাদনা কৰক

এই সাঁচখন কেৱল চুটি শাখাৰ বাবেহে ব্যৱহাৰ কৰা উচিত। সম্পূৰ্ণ নাটকৰ ক্ষেত্ৰত এই সাঁচখন ব্যৱহাৰ কৰিলে পৃষ্ঠাটো সঠিকভাৱে প্ৰদৰ্শন কৰাত সমস্যা হ’ব পাৰে।

লগতে চাওক সম্পাদনা কৰক

পুনৰ্নিৰ্দেশসমূহ সম্পাদনা কৰক