আয়োজক পদক

প্ৰথম অসমীয়া ৱিকিউৎস কৰ্মশালা অনুষ্ঠিত কৰাত আপোনাৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই বিশেষ আয়োজক পদক আগবঢ়ালোঁ। আশা কৰোঁ আগলৈকো ৱিকিমিডিয়া প্ৰকল্পৰ কাম-কাজ ৰাইজৰ মাজলৈ নিয়াত আপোনাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে— অসমীয়া ৱিকিমিডিয়া সমাজ