সপোন পাৰৰ মই সপোন কুঁৱৰী
সপোন পাৰৰ মই সপোন কুঁৱৰী ৷
অমিয়া মাধুৰী মই আনো বিচাৰি ৷
মই যে মায়াবিনী মই যে কুহকিনী ৷৷
হাঁহি- কান্দোনৰ কথা দিওঁ সুঁৱৰি ৷
সুখ দুখ, কত চাওঁ,
হাঁহো মৃদু মৃদু কৰি ৷৷