সদস্য বাৰ্তা:Boranitul/ৰাম-নবমী
Latest comment: ১০ বছৰৰ পূৰ্বে by Boranitul
অনিমেষ, বাবুল বৈশ্য বা গীতাৰ্থ কাইটি, যি কোনো এজনে সময় পালে এই নাটক খনিক মোৰ আগৰ নাটকৰ দৰে প্ৰথম অঙ্ক, দ্বিতীয় অঙ্ক, কৈ সজাই দিবচোন। এইকামটোৱেই মোৰ বাবে বৰ টান কাম, এইবাৰ পাৰিলে কেনেকৈ কৰিব লাগে সেইটো শিকাই দিলে ভাল পাম। নহলে আপোনালোকক আমনি কৰি থাকিবলৈও ভাল নালাগে। --Boranitul (talk) ০০:৩৬, ৫ অক্টোবৰ ২০১৪ (IST)