সদস্য বাৰ্তা:Boranitul/গাওঁবুঢ়া

গাওঁবুঢ়া নাটক খনৰ দৃশ্যাংক সমূহ মিৰি-জীয়ৰী বা কাৰেঙৰ লিগিৰী দৰে কোনোৱা এজনে কৰি দিবচোন। বহুদিন নাটক নিলিখি পাহৰিছো টেগ বোৰ।--Boranitul (talk) ২৩:২৪, ১৮ মে' ২০১৪ (IST)উত্তৰ দিয়ক

শিৰোনামাটো "গাঁওবুঢ়া" হ'ব নেকি? Ani ttbr (talk) ১৮:৩৯, ১৯ মে' ২০১৪ (IST)উত্তৰ দিয়ক
নহয়, শিৰোনামাটো গাওঁবুঢ়া হে হ'ব। নাটখনি মোৰ হাতত আছে। মাত্ৰ সাজসৰ্জ্জাতহে অলপ গন্ধগোল আছিল। --Boranitul (talk) ২৩:৫২, ১৯ মে' ২০১৪ (IST)উত্তৰ দিয়ক
অনিমেষ ডাঙৰীয়া, পৃষ্ঠাটোত গন্ধগোলটো ক'ত হয় মই ঠিক ধৰিব পৰা নাই, আপুনি সজাই দিয়াখিনিৰ পিছতেই মই আৰু কেইটামান দৃশ্যপট সংযোগ কৰাৰ লগেলগেই আকৌ আগৰ দৰে হৈ পৰিল, অৰ্থাত্ আপুনি কৰি দিয়াৰ দৰে নহৈ পূৰ্বৰ দৰে হৈ পৰিল। অনুগ্ৰহ কৰি অসুবিধাটো মোক বুজাই দিবচোন, নহলে একেটা ভুলকে বাৰে বাৰে হৈয়েই থাকিব। ধন্যবাদ।--Boranitul (talk) ০০:১১, ২০ মে' ২০১৪ (IST)উত্তৰ দিয়ক
"Boranitul/গাওঁবুঢ়া"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।