লেখক:ৰজনীকান্ত বৰদলৈ

ৰজনীকান্ত বৰদলৈ
(১৮৬৭–১৯৪০)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক ৰজনীকান্ত বৰদলৈ জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। অসমীয়া উপন্যাসৰ পিতা উপন্যাস-সম্ৰাট ৰজনীকান্ত বৰদলৈৰ হাততে অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰে। অতীতৰ অসমৰ বহুতো গৌৰৱময় আৰু অশ্ৰুসিক্ত লৌমাহৰ্ষক কাহিনী উপন্যাসৰ মাজেৰে পোহৰলৈ অনা ৰজনীকান্ত বৰদলৈক অসমীয়া সহিত্যত উপন্যাস-সম্ৰাট, অসমীয়া উপন্যাসৰ পিতা, অসমীয়া স্কট, অসমৰ বংকিমচন্দ্ৰ আদি নানা আখ্যাৰে সন্মানিত কৰা হৈছে।
ৰজনীকান্ত বৰদলৈ


সাহিত্যিক অৱদান সম্পাদনা কৰক

উপন্যাস সম্পাদনা কৰক

গ্ৰন্থ সম্পাদনা কৰক

  • জ্ঞান-সপোন (১৮৯৭)
  • মনোবিজ্ঞান

গল্পসম্ভাৰ সম্পাদনা কৰক

  • গা-ধন (১৯৩১)
  • প্ৰেমৰ উপাসক (১৯৩২)
  • সৌন্দৰ্যৰ উপাসক (১৯৩২)

কবিতা সম্পাদনা কৰক

  • মানৰ প্ৰতি আক্ৰমণৰ গীত

প্ৰবন্ধ সম্ভাৰ সম্পাদনা কৰক

ধেমেলীয়া ৰচনা সম্পাদনা কৰক

(‘ভোলাই শৰ্মা’ নামেৰে ৰচনা কৰা)

  • মই স্বাধীন নে?
  • আত্মাবিনোদক থিয়েটাৰ হ'ল
  • নগৰ সংকীৰ্ত্তন
 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )