লেখক:হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱা

হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱা (১৮১৫-১৮৮৯) ঊনবিংশ শতিকাৰ এজন লেখক আৰু বুৰঞ্জী প্ৰণেতা।[] তেখেত প্ৰথম অসমীয়া আত্মজীৱনী ‘সদৰামীনৰ আত্মজীৱনী’ৰ লিখক। তদুপৰি তেওঁ বাংলা ভাষাত ‘আসাম বুৰঞ্জী’ ৰচনা কৰিছে। তেওঁ অসমীয়া ভাষা-সাহিত্যত ‘সদৰামীন’ নামেৰে পৰিচিত। []

সাহিত্যৰাজি

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. অমল চন্দ্ৰ দাস (২০১৮). অসমীয়া জীৱনী আৰু আত্মজীৱনী অধ্যয়ন. পূৰ্বাঞ্চল প্ৰকাশ, ১৭১. 
  2. কুমুদচন্দ্ৰ বৰদলৈ (১৯৬০). সদৰামীনৰ আত্মজীৱনী, ১০. 
 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )