লেখক:হেমচন্দ্ৰ বৰুৱা
←লেখকৰ তালিকা | হেমচন্দ্ৰ বৰুৱা (১৮৩৫–১৮৯৬) |
লেখকৰ সাহিত্যকৰ্ম |
সূচী পৃষ্ঠাসমূহ | হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক। অসমীয়া ভাষাৰ ওজা নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষ অভিধানৰ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়।
সাহিত্য-কৰ্ম
সম্পাদনা কৰক- হেমকোষ
- পঢ়াশলীয়া অভিধান
- পাঠ-মালা
- অসমীয়া ব্যাকৰণ
- অসমীয়া ল’ৰাৰ ব্যাকৰণ
- তুলনামূলক ব্যাকৰণ
- অসমীয়া ল'ৰাৰ আদিপাঠ
- স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়
- কানীয়াৰ কীৰ্ত্তন
- বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী
- আছামিজ মেৰেজ ছিষ্টেম
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )