লেখক:হিতেশ্বৰ বৰবৰুৱা

হিতেশ্বৰ বৰবৰুৱা
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক হিতেশ্বৰ বৰবৰুৱা এগৰাকী অসমীয়া কবি আৰু বুৰঞ্জীবিদ। 'জোনাকী' আৰু 'বিজুলী' কাকত দুখনৰ জৰিয়তে কবিতা চৰ্চাত খোজ পেলোৱা বৰবৰুৱাই ঢোপকলি, কমতাপুৰ ধ্বংস, মালচ, চকুলো আদি গ্ৰন্থৰ প্ৰকাশেৰে খ্যাতি অৰ্জন কৰে।


গ্ৰন্থসমূহ সম্পাদনা কৰক

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )