লেখক:লক্ষ্মীৰাম বৰুৱা
←লেখকৰ তালিকা | লক্ষ্মীৰাম বৰুৱা | লেখকৰ সাহিত্যকৰ্ম |
লক্ষ্মীৰাম বৰুৱা অসমৰ এগৰাকী সংগীতজ্ঞ আৰু সাহিত্যিক। তেখেত আধুনিক অসমীয়া সংগীতৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাটকটীয়া স্বৰূপ আছিল। |
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )