লেখক:পদ্মহাস গোস্বামী
←লেখকৰ তালিকা | পদ্মহাস গোস্বামী (১৮৪৫–১৮৮৩) |
লেখকৰ সাহিত্যকৰ্ম |
পদ্মহাস গোস্বামী (১৮৪৫- <১৮৮৩) এজন অসমীয়া লেখক। ১৮৭২ চনত প্ৰকাশিত বাইছটা কবিতাৰ সংকলন ’পদ্যমালা’ খুব সম্ভৱ অসমৰ প্ৰথম কবিতা সংকলন৷ (১৮৮৩ চনৰ পূৰ্বেই মৃত্যু) |
প্ৰকাশিত গ্ৰন্থ
সম্পাদনা কৰক- পদ্যমালা- প্ৰথম ভাগ (১৮৭২)
- অসমীয়া ল’ৰাৰ শিক্ষাসাৰ (১৮৭৪)
- ব্ৰাহ্মধৰ্মৰ লক্ষণ (১৮৭৩)
- ব্ৰাহ্মধৰ্ম কাক বোলে (১৮৭৫)
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )