লেখক:উমেশচন্দ্ৰ চৌধাৰী

উমেশচন্দ্ৰ চৌধাৰী
(১৮৯৮–১৯৫৩)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক উমেশচন্দ্ৰ চৌধাৰী (১৮৯৮-১৯৫৩) এজন অসমীয়া গীতিকাৰ, কবি, আইনজ্ঞ৷ HMV কোম্পানীয়ে তেওঁৰ কেইবাটাও গীত ৰেকৰ্ড কৰিছিল৷

গ্ৰন্থসমূহ সম্পাদনা কৰক

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )