লেখক:অতনু ভট্টাচাৰ্য

অতনু ভট্টাচাৰ্য
(১৯৬৭—)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক অতনু ভট্টাচাৰ্য একবিংশ শতিকাৰ এগৰাকী অসমীয়া কবি, গল্পকাৰ, সম্পাদক আৰু গল্পকথক। শিক্ষকতা বৃত্তিৰ পৰা স্বেচ্ছা-অৱসৰ লৈ সাংবাদিকতাৰ জগতখনৰৰ সৈতে জড়িত হোৱা ভট্টাচাৰ্যই বৰ্তমান সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক ৰূপে কৰ্মৰত। বৰ্তমানলৈকে তেখেতৰ ৪খন কবিতাৰ পুথি, ৪খন গল্পপুথিৰ উপৰিও অন্যান্য সৃষ্টিশীলমূলক প্ৰবন্ধ সংকলন, সাক্ষাৎকাৰমূলক গ্ৰন্থ প্ৰকাশ হৈছে।

সাহিত্য কৰ্ম সম্পাদনা কৰক

কবিতাৰ পুথি সম্পাদনা কৰক

  • সহযোদ্ধা, ১৯৯১
  • অশ্লীল ৰাতিৰ কবিতা, ১৯৯৫
  • জীৱনৰ ভগ্নাংশ, ২০০১
  • প্ৰাপ্তি-অপ্ৰাপ্তি, ২০০৮

গল্প সংকলন সম্পাদনা কৰক

ব্যক্তিগত ৰচনা সম্পাদনা কৰক

  • জীৱন আজীৱন, ২০১০

প্ৰবন্ধ সংকলন সম্পাদনা কৰক

  • সৃজনীমূলক সাহিত্য: প্ৰেৰণা আৰু আৰ্হি, প্ৰকাশ-২০১৫

সাক্ষাৎকাৰমূলক গ্ৰন্থ সম্পাদনা কৰক

  • বাৰ্তালাপ-১, প্ৰকাশ- নৱেম্বৰ, ২০১৯
  • বাৰ্তালাপ-২, প্ৰকাশ- নৱেম্বৰ, ২০১৯
  • বাৰ্তালাপ-৩, প্ৰকাশ- নৱেম্বৰ, ২০১৯
 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।