মোৰে জীৱনৰে সখা কৃষ্ণ তই

মোৰে জীৱনৰে সখা কৃষ্ণ তই
মোৰে জীৱনৰে সখা কৃষ্ণ
মোৰে জীৱনৰে সখা কৃষ্ণ তই,

বজাৱ কিসুৰে বেণু

কপালত তোৰ কোন আঁকি দিলে ইন্দ্ৰধনু ?
পুৱতি নিয়ৰে, সানে চৰনতে

শুকুলা মুকুতাৰ বেণু

অ' তোৰ শ্যামল গাতে কোনে

চন্দন পিন্ধালে ?

অ' তোৰ ফুল কুমলীয়া তনু

বজাৱ সোণৰে বেণু
সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
সুৰৰে জিঞ্জিৰি ।।