পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:


'''বঙ্গহে মঙ্গহ খোৱা'''— ক্ৰি, হিংসুক জন্তুৱে মানুহৰ মঙ্গহ কামুৰি খায়। এই স্থলত,
'''বঙ্গহে মঙ্গহ খোৱা'''— ক্ৰি, হিংসুক জন্তুৱে মানুহৰ মঙ্গহ কামুৰি খায়। এই স্থলত, বঙ্গহে মঙ্গহ খায় বোলা হৈছে। ( বঙ্গহ=বংশ অৰ্থাৎ বংশৰ মানুহ। ) এতেকে,—আপোন মানুহে ঘোৰ অনিষ্ট সাধন কৰা, the
doing of the greatest harm by the nearest and the dearest person.
বঙ্গহে মঙ্গহ খায় বোলা হৈছে। ( বঙ্গহ=বংশ অৰ্থাৎ বংশৰ
মানুহ। ) এতেকে,—আপোন মানুহে ঘোৰ অনিষ্ট সাধন কৰা, the
doing of the greatest harm by the nearest and the
dearest person.


'''বজ্ৰ বটালি'''—বিং, ( বজ্ৰময় বটালি ) বটালি বৰ টান। তাৰ মুৰত হাতুৰিৰে
'''বজ্ৰ বটালি'''—বিং, ( বজ্ৰময় বটালি ) বটালি বৰ টান। তাৰ মুৰত হাতুৰিৰে কুবিয়ায়, তেও তাৰ একো নহয়। এতেকে,—হাড়-শকত টান বান্ধৰ মানুহ, a person of strong physique.
কুবিয়ায়, তেও তাৰ একো নহয়। এতেকে,—হাড়-শকত টান বান্ধৰ
মানুহ, a person of strong physique.


'''বটালিৰ মুৰত টঙ্গনিওৱা'''—ক্ৰি, বটালি বেগতে কাঠত নোসোমায়। তাৰ মূৰত
'''বটালিৰ মুৰত টঙ্গনিওৱা'''—ক্ৰি, বটালি বেগতে কাঠত নোসোমায়। তাৰ মূৰত হাতুৰিৰে টঙ্গনিয়াই থাকিলে সি কাঠত সোমায়। মুৰ্খ মানুহক বটালিৰে তুলনা কৰা হৈছে। মুৰ্খ মানুহেও কোনো বিষয়ত বেগতে
সোমাব নোৱাৰে। সিহঁতৰ মূৰত টঙ্গনিয়াব লাগে, অৰ্থাৎ বহু কষ্ট কৰি বুদ্ধি দিব লাগে। বটালিৰ মূৰত টঙ্গনিয়ালে মুৰটো ভোহোৰা হয়। মূৰ্খ মানুহকো যিমান শিকোৱা হয়, সিমান মূৰ ভোতা হয়, এই ভাব
হাতুৰিৰে টঙ্গনিয়াই থাকিলে সি কাঠত সোমায়। মুৰ্খ মানুহক
বুজোৱা হৈছে। এতেকে,—অতি মুৰ্খ মানুহক বহু কষ্টেৰে শিক্ষা দিয়া, to teach the dull-witted with hard labour.
বটালিৰে তুলনা কৰা হৈছে। মুৰ্খ মানুহেও কোনো বিষয়ত বেগতে
সোমাব নোৱাৰে। সিহঁতৰ মূৰত টঙ্গনিয়াব লাগে, অৰ্থাৎ বহু কষ্ট
কৰি বুদ্ধি দিব লাগে। বটালিৰ মূৰত টঙ্গনিয়ালে মুৰটো ভোহোৰা হয়।
মূৰ্খ মানুহকো যিমান শিকোৱা হয়, সিমান মূৰ ভোতা হয়, এই ভাব
বুজোৱা হৈছে। এতেকে,—অতি মুৰ্খ মানুহক বহু কষ্টেৰে শিক্ষা
দিয়া, to teach the dull-witted with hard labour.


'''বঢ়া-টুটা দোষ'''—বিং, যিমান হব লাগে তাতকৈ বঢ়া অৰ্থাৎ অধিক হোৱা দোষ
'''বঢ়া-টুটা দোষ'''—বিং, যিমান হব লাগে তাতকৈ বঢ়া অৰ্থাৎ অধিক হোৱা দোষ অথবা যিমান হব লাগে তাতকৈ টুটা অৰ্থাৎ নাটনি হোৱা দোষ, offences denoting excess or defect.
অথবা যিমান হব লাগে তাতকৈ টুটা অৰ্থাৎ নাটনি হোৱা দোষ,
offences denoting excess or defect.


'''বঢ়া বচন বোলা'''—ক্ৰি নিয়মতকৈ বঢ়া বচন বোলা অৰ্থাৎ দুৰ্ভাষা প্ৰয়োগ কৰা,
'''বঢ়া বচন বোলা'''—ক্ৰি নিয়মতকৈ বঢ়া বচন বোলা অৰ্থাৎ দুৰ্ভাষা প্ৰয়োগ কৰা, to use words beyond the bounds of decorum, to use unparliamentary language.
to use words beyond the bounds of decorum, to use
unparliamentary language.


'''বতৰৰ কথা আগৈয়ে কোৱা'''—ক্ৰি, বতৰৰ অৱস্থা কেনেকুৱা হয় তাক পূৰ্ব্বতে কোৱা
'''বতৰৰ কথা আগৈয়ে কোৱা'''—ক্ৰি, বতৰৰ অৱস্থা কেনেকুৱা হয় তাক পূৰ্ব্বতে কোৱা অৰ্থাৎ কোনো কাৰ্য্যৰ প্ৰকৃত অৱস্থাৰ বিষয়ে পূৰ্ব্বেই সতৰ্ক কৰি দিয়া, to give a warning beforehand about any event.
অৰ্থাৎ কোনো কাৰ্য্যৰ প্ৰকৃত অৱস্থাৰ বিষয়ে পূৰ্ব্বেই সতৰ্ক কৰি দিয়া,
to give a warning beforehand about any event.


'''বতাহত উৰা'''—বিণ, পাতল বস্তু বতাহত উৰি যায়। মানুহ ক্ষীণালে পাতল হয়।
'''বতাহত উৰা'''—বিণ, পাতল বস্তু বতাহত উৰি যায়। মানুহ ক্ষীণালে পাতল হয়। এতেকে,— জীৰ্ণ-শীৰ্ণ, অতি ক্ষীণ। তাৰপৰা, গহীন-গম্ভীৰ নোহোৱা, lean and thin, light, wanting in seriousness.
এতেকে,— জীৰ্ণ-শীৰ্ণ, অতি ক্ষীণ। তাৰপৰা, গহীন-গম্ভীৰ
নোহোৱা, lean and thin, light, wanting in seriousness.


'''বতাহত হল-জলা'''—বিণ, ইমান লিচপিচীয়া আৰু পাতল যে বতাহত গা হালি-জালি
'''বতাহত হল-জলা'''—বিণ, ইমান লিচপিচীয়া আৰু পাতল যে বতাহত গা হালি-জালি যায়। এতেকে,— লিচ পিচীয়া শুৱনী। (তিৰোতাত খাটে )
যায়। এতেকে,— লিচ পিচীয়া শুৱনী। (তিৰোতাত খাটে )