পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||জাত্ৰিকৰ জাত্ৰা। |৯৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}তেতিয়া খ্ৰিষ্টিয়ানে বোলে, আভুয়া মানুহে জিহেৰে পথ হেৰুআই এনে আওঁ
জাত্ৰিকৰ জাত্ৰা।
তেতিয়া খিষ্টিয়ানে বোলে, আভুয়া মানুহে জিহেৰে পথ হেৰুআই এনে আও
বাট সোঁ বাট বেঁকা বেকি নাইনে?
বাট সোঁ বাট বেঁকা বেকি নাইনে?

হিত-বাঞ্চক। আচে, ইয়াৰ পৰা অনেক বাট এফলিয়া হৈ গৈছে, কিন্তু সেই
{{gap}}হিত-বাঞ্চক। আচে, ইয়াৰ পৰা অনেক বাট এফলিয়া হৈ গৈচে, কিন্তু সেই
বোৰ হলে বেঁকা আৰু বহল; ইটো নিচেই পোন আৰু ঠেক, এই চিনেৰেহে
বোৰ হলে বেঁকা আৰু বহল; ইটো নিচেই পোন আৰু ঠেক, এই চিনেৰেহে
স্বৰুপ পথ জানিবা।
স্বৰুপ পথ জানিবা।

তাৰ পাচে মই সমাজিকত এনে দেখিলোঁ, খি ষ্টিয়ানে আৰু সুধিলে বোলে,
{{gap}}তাৰ পাচে মই সমাজিকত এনে দেখিলোঁ, খ্ৰিষ্টিয়ানে আৰু সুধিলে বোলে,
মোৰ পিঠিত জি বোজা, তাক বা অপুনি গুচাব পাৰে নে? কিয়নো তেতিও
মোৰ পিঠিত জি বোজা, তাক বা অপুনি গুচাব পাৰে নে? কিয়নো তেতিআও
তাৰ পৰা মুকলি হোআ নাই, আৰু লোকৰ উপকাৰৰ বাহিৰে তাক কোনো ৰুপে
তাৰ পৰা মুকলি হোআ নাই, আৰু লোকৰ উপকাৰৰ বাহিৰে তাক কোনো ৰুপে
গুচাবলৈ খিষ্টিয়ানৰ একো সক্তি নাচিল।
গুচাবলৈ খ্ৰিষ্টিয়ানৰ একো সক্তি নাচিল।

তেতিয়া তেওঁ কলে. তোমাৰ বোজা হলে, তুমি মুক্তি হোআৰ ঠাই নোপোকা
{{gap}}তেতিয়া তেওঁ কলে. তোমাৰ বোজা হলে, তুমি মুক্তি হোআ ঠাই নোপোআ
মানে, তাক বৈ থিৰ মনে সহি থাকা; কিয়নো সেই ঠাই পালে সি আপুনি তোমাৰ
মানে, তাক বৈ থিৰ মনে সহি থাকা; কিয়নো সেই ঠাই পালে সি আপুনি তোমাৰ
পিঠিৰ পৰা খহি পৰিব।
পিঠিৰ পৰা খহি পৰিব।

তেতিয়া খিস্তিয়ানে কমৰ বান্ধি জাত্ৰালৈ আপোনাক জুগুত কৰিবলৈ ধৰিলে।
{{gap}}তেতিয়া খ্ৰিষ্টিয়ানে কমৰ বান্ধি জাত্ৰালৈ আপোনাক জুগুত কবিলৈ ধৰিলে।
তাতে হিত-বাঞ্চকে কলে, বোলে, দুআৰব পৰা অলপ দুৰ হৈ গলে তুমি অৰ্থ
তাতে হিত-বাঞ্চকে কলে, বোলে, দুআৰৰ পৰা অলপ দুৰ হৈ গলে তুমি অৰ্থ
দায়কৰ ঘৰ পাবা; তেওঁ তোমাক অতি উত্তম কথা দেখুযাব। তেতিয়া
দায়কৰ ঘৰ পাবা; তেও তোমাক অতি উত্তম কথা দেখুআব। তেতিয়া
খি ষ্টিয়ানে আপোনাৰ মিতিৰ হিত-বাধকত বিদাই লোআত, ইস্বৰে তোমাৰ মঙ্গল
খ্ৰিষ্টিয়ানে আপোনাৰ মিতিৰ হিত-বাঞ্চকত বিদাই লোআত, ইস্বৰে তোমাৰ মঙ্গল
কৰোক বুলি, তেওঁ পঠাই দিলে।
কৰোক বুলি, তেওঁ পঠাই দিলে।