পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৮৫ বহে মঙ্গই খোৱক্ৰি, হিংসুক জন্তুৰে মানুহৰ মই ক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|বঙ্গহে|১৮৫|বতাহত}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

১৮৫
বহে মঙ্গই খোৱক্ৰি, হিংসুক জন্তুৰে মানুহৰ মই কামুৰি খায়। এই লত,
'''বঙ্গহে মঙ্গহ খোৱা'''— ক্ৰি, হিংসুক জন্তুৱে মানুহৰ মঙ্গহ কামুৰি খায়। এই স্থলত,
বঙ্গহে মঙ্গই খায় বোল৷ হৈছে। ( বই=বংশ অথs ৰণৰ
বঙ্গহে মঙ্গহ খায় বোলা হৈছে। ( বঙ্গহ=বংশ অৰ্থাৎ বংশৰ
মানুহ।) একে-আপোন মানুহে ঘোৰ অনিষ্ট সাধন কৰা, the
মানুহ। ) এতেকে,—আপোন মানুহে ঘোৰ অনিষ্ট সাধন কৰা, the
doing of the greatost hurt by alie nearest and the
doing of the greatest harm by the nearest and the
dearest person.
dearest person.

বজ্ৰ বটানি-বিং, ( বময় বটালি বটালি বৰ টান। তাৰ মুৰত হাতুৰিৰে
'''বজ্ৰ বটালি'''—বিং, ( বজ্ৰময় বটালি ) বটালি বৰ টান। তাৰ মুৰত হাতুৰিৰে
কুবিয়ায়, তেও তাৰ একো নহয়। এতেকে,-হাড়-শত টান বা
কুবিয়ায়, তেও তাৰ একো নহয়। এতেকে,—হাড়-শকত টান বান্ধৰ
মানুহ, a person of saog physique.
মানুহ, a person of strong physique.
ঘটানিৰ মুৰত টনিওৱা—ক্ৰি, টালি বেগতে কাঠত নোসোমায়। গুৰত

হাতুৰিৰে টনিয়াহ থাকিলে সি কাঠত সোমায়। মুগ্ধ মানুহক
'''বটালিৰ মুৰত টঙ্গনিওৱা'''—ক্ৰি, বটালি বেগতে কাঠত নোসোমায়। তাৰ মূৰত
বটালিৰে তুলনা কৰা হৈছে। মুখ মানুহেও কোনো বিষয়ত বেশতে
হাতুৰিৰে টঙ্গনিয়াই থাকিলে সি কাঠত সোমায়। মুৰ্খ মানুহক
সোমাব নোৱাৰে। সিহঁতৰ মূৰত টনিয়াব লাগে, অৰ্থাৎ বহু কষ্ট
বটালিৰে তুলনা কৰা হৈছে। মুৰ্খ মানুহেও কোনো বিষয়ত বেগতে
কৰি বুজি দিব লাগে। বটালিৰ মূৰত টঙ্গনিয়ালে মুৰটো ভোহেৰিা হয়।
সোমাব নোৱাৰে। সিহঁতৰ মূৰত টঙ্গনিয়াব লাগে, অৰ্থাৎ বহু কষ্ট
মূখ মানুহকে। বিমান শিকোৱা হয়, সিমান মূৰ ভোতা হয়, এই ভাব
কৰি বুদ্ধি দিব লাগে। বটালিৰ মূৰত টঙ্গনিয়ালে মুৰটো ভোহোৰা হয়।
বুজোৱা হৈছে। এতেকে,-অতি মুখ মানুহক বহু কষ্টেৰে শিক্ষা
মূৰ্খ মানুহকো যিমান শিকোৱা হয়, সিমান মূৰ ভোতা হয়, এই ভাব
বুজোৱা হৈছে। এতেকে,—অতি মুৰ্খ মানুহক বহু কষ্টেৰে শিক্ষা
দিয়া, to teach the dull-witted with hard labour.
দিয়া, to teach the dull-witted with hard labour.

বঢ়া-টুটা দোষ-বিং, যিমান হব লাগে তাতকৈ বঢ়া অৰ্থাৎ অধিক হোৱ দোৰ
অথবা যিমান হব লাগে তাতকৈ টুট। অৰ্থাৎ নাটনি হোৱ দোষ,
'''বঢ়া-টুটা দোষ'''—বিং, যিমান হব লাগে তাতকৈ বঢ়া অৰ্থাৎ অধিক হোৱা দোষ
অথবা যিমান হব লাগে তাতকৈ টুটা অৰ্থাৎ নাটনি হোৱা দোষ,
offences denoting excess or defect.
offences denoting excess or defect.

বঢ়া বচন বোলা-ক্ৰি নিয়মতকৈ বঢ়া বচন বোলা অৰ্থাৎ দুৰ্ভা এয়োগ কৰা,
'''বঢ়া বচন বোলা'''—ক্ৰি নিয়মতকৈ বঢ়া বচন বোলা অৰ্থাৎ দুৰ্ভাষা প্ৰয়োগ কৰা,
to use words beyond the bounds of decorum, to use
to use words beyond the bounds of decorum, to use
mparliamentary language.
unparliamentary language.

বতৰৰ কথা আগৈয়ে কোৱা—ক্ৰি, বতৰৰ অৱস্থ কেনেকুৱা হয় অপূৰ্ব্বতে কোকা
'''বতৰৰ কথা আগৈয়ে কোৱা'''—ক্ৰি, বতৰৰ অৱস্থা কেনেকুৱা হয় তাক পূৰ্ব্বতে কোৱা
অৰ্থাৎ কোনো কাৰ্যৰ প্ৰকৃত অৱস্থাৰ বিষয়ে পূৰ্বেই সতৰ্ক কৰি দিল,
অৰ্থাৎ কোনো কাৰ্য্যৰ প্ৰকৃত অৱস্থাৰ বিষয়ে পূৰ্ব্বেই সতৰ্ক কৰি দিয়া,
to give a warning beforhand about any event.
to give a warning beforehand about any event.
বতাহত উৰা-বিণ, পাতল বস্তু বতাহত উৰি যায়। মানুহ ক্ষীণালে পাতল হয়।

এতেকে, জীৰ্ণ-শীৰ্ণ, অতি ক্ষীণ। তাৰপৰা, গহীন-গম্ভীৰ
'''বতাহত উৰা'''—বিণ, পাতল বস্তু বতাহত উৰি যায়। মানুহ ক্ষীণালে পাতল হয়।
নোহোৱা, lean and thin, light, wahting in seriousness,
এতেকে, জীৰ্ণ-শীৰ্ণ, অতি ক্ষীণ। তাৰপৰা, গহীন-গম্ভীৰ
বতাহত হল,শলা-বিণ, ইমান লিপিচীয়া আৰু পাতল বে বতাহত গাছালি-জালি
নোহোৱা, lean and thin, light, wanting in seriousness.
যায়। এতেকে ছিপিচীয়া অৱশী। (তিৰোত খাটে )

'''বতাহত হল-জলা'''—বিণ, ইমান লিচপিচীয়া আৰু পাতল যে বতাহত গা হালি-জালি
যায়। এতেকে,— লিচ পিচীয়া শুৱনী। (তিৰোতাত খাটে )
২৪
২৪
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|২৪||}}