টোপনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
২৬ নং শাৰী:
কৰনো পাইছিলো ইমানবোৰ টোপনি
সন্ধিয়া হ'ল কি টোপনি আহিল,
হাত বঢ়ালেই টোপনি আহিল
কৰনো সস্তা টোপনি সেইবোৰ
বয়সে বান্ধিলে জ্ঞানৰ ভঁৰাল
পুৰণি টোপনিৰ ভঁৰাল মোৰ উদং,
মাথোন সি থিয় হৈ নামে-
জ্ঞানৰ ভঁৰাল, ধনৰ ভঁৰাল,
তাৰে টোপনি মোলাব খুজিও,
টোপনি চলিল, শান্তি আঁতৰিল,
টোপনি শুকুৱা ধনৰ বিলত
হেৰা জ্ঞানী হেৰা ধনেৰে চহকী
এদাঁৰ নভগা টোপনি বেছি মোৰ
|