২,৪০০
টা সম্পাদনা
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১৬ নং শাৰী: | ১৬ নং শাৰী: | ||
যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।। |
যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।। |
||
ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, - |
ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, - |
||
− | শুক নিগদতি পৰীক্ষিত যদি আমি নিগুণত স্থিত |
+ | শুক নিগদতি পৰীক্ষিত যদি আমি নিগুণত স্থিত |
+ | তথাপি উত্তমশ্লোকৰ মহিমা গুণে। |
||
ককৰিলেক মোৰ বশ্য চিত্ত ভাগৱত গ্রন্থ বিপৰীত |
ককৰিলেক মোৰ বশ্য চিত্ত ভাগৱত গ্রন্থ বিপৰীত |
||
পৰম আনন্দে পঢ়িলো মই আপুনে। |
পৰম আনন্দে পঢ়িলো মই আপুনে। |
||
− | তোমাত কহিবো সেহি শাস্ত্র তুমি আক শুনিবাৰ পাত্র |
+ | তোমাত কহিবো সেহি শাস্ত্র তুমি আক শুনিবাৰ পাত্র |
+ | মহাপুৰুষৰ সেৱক তুমি সম্প্রতি। |
||
ই শাস্ত্রত শ্রদ্ধা মাত্ৰকত মুকুন্দৰ পাদ-পঙ্কজত |
ই শাস্ত্রত শ্রদ্ধা মাত্ৰকত মুকুন্দৰ পাদ-পঙ্কজত |
||
অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।। |
অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।। |
টা সম্পাদনা