২৯৯
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গণ-বিপ্লৱ | জ্যোতি।--হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | ১৮ |
||
গণ-বিপ্লৱ |
গণ-বিপ্লৱ |
||
− | + | জ্যোতি --হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভয় নিদিলে তেনে |
|
− | কথা কবলৈ সাহ |
+ | কথা কবলৈ সাহ নজন্ম। |
− | শিৱ।-সঙ্কোচ নকৰিবা; মই অভয় |
+ | শিৱ।--সঙ্কোচ নকৰিবা; মই অভয় দিছে। |
− | জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ |
+ | জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰোঁ বুলিছে, কওঁ। |
− | মই গণনাত পালে |
+ | মই গণনাত পালে" স্বৰ্গদেৱৰ গুৰু ভাল নহয়, তাতে আকৌ |
শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ। |
শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ। |
||
− | + | শিৱতাৰ পৰা কি হয়? |
|
জ্যোতি।-স্বৰ্গদেৱ ৰজা ভাগিব লাগে। |
জ্যোতি।-স্বৰ্গদেৱ ৰজা ভাগিব লাগে। |
||
− | জ্যোতিভূষণৰ কথা শুনি |
+ | জ্যোতিভূষণৰ কথা শুনি ৰজ। বিমৰ্ষ হ’ল; জ্যোতিষীক |
− | + | কলে,-“আকৌ এবাৰ ভালকৈ গণি চোৱাচোন।” |
|
− | জ্যোতিভূষণে |
+ | জ্যোতিভূষণে ‘আকে পূৰ্বৰ দৰেই গণনা কৰিলে। |
পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,-“স্বৰ্গদেৱ, |
পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,-“স্বৰ্গদেৱ, |
||
গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে। |
গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে। |
||
− | আগেয়ে যি |
+ | আগেয়ে যি কৈছে সেয়ে হ’ব।” |
শিৱ।--তাক খণ্ডাবৰ উপায় নাই নে? |
শিৱ।--তাক খণ্ডাবৰ উপায় নাই নে? |
||
জ্যোতি।-নাই। আপোনাৰ ছত্ৰভঙ্গ হবই। অৱশ্যে |
জ্যোতি।-নাই। আপোনাৰ ছত্ৰভঙ্গ হবই। অৱশ্যে |
||
তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে। |
তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে। |
||
− | + | শিৱ?—কি উপায়? |
|
− | জ্যোতি।-দেৱতা আৰু ব্ৰাহ্মণৰ সন্তোষতে দেশৰ মঙ্গল'- |
+ | জ্যোতি।--দেৱতা আৰু ব্ৰাহ্মণৰ সন্তোষতে দেশৰ মঙ্গল'- |
মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল |
মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল |
||
দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক |
দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক |
টা সম্পাদনা