"পৃষ্ঠা:গণ-বিপ্লৱ.pdf/২৪"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গণ-বিপ্লৱ | জ্যোতি।--হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
  +
১৮
 
গণ-বিপ্লৱ
 
গণ-বিপ্লৱ
| জ্যোতি।--হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভয় নিদিলে তেনে
+
জ্যোতি --হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভয় নিদিলে তেনে
কথা কবলৈ সাহ জন্মে।
+
কথা কবলৈ সাহ নজন্ম।
শিৱ।-সঙ্কোচ নকৰিবা; মই অভয় দিছে।।
+
শিৱ।--সঙ্কোচ নকৰিবা; মই অভয় দিছে।
জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰে বুলিছে, কওঁ।
+
জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰোঁ বুলিছে, কওঁ।
মই গণনাত পালে? স্বৰ্গদেৱৰ গুৰু ভাল নহয়, তাতে আকৌ
+
মই গণনাত পালে" স্বৰ্গদেৱৰ গুৰু ভাল নহয়, তাতে আকৌ
 
শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ।
 
শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ।
| শিৱ।--তাৰ পৰা কি হয়?
+
শিৱতাৰ পৰা কি হয়?
 
জ্যোতি।-স্বৰ্গদেৱ ৰজা ভাগিব লাগে।
 
জ্যোতি।-স্বৰ্গদেৱ ৰজা ভাগিব লাগে।
জ্যোতিভূষণৰ কথা শুনি ৰজা বিমৰ্ষ হ’ল; জ্যোতিষীক
+
জ্যোতিভূষণৰ কথা শুনি ৰজ। বিমৰ্ষ হ’ল; জ্যোতিষীক
বলে,—“আকৌ এবাৰ ভালকৈ গণি চোৱাচোন।”
+
কলে,-“আকৌ এবাৰ ভালকৈ গণি চোৱাচোন।”
জ্যোতিভূষণে আকৌ পূৰ্বৰ দৰেই গণনা কৰিলে। তাৰ
+
জ্যোতিভূষণে ‘আকে পূৰ্বৰ দৰেই গণনা কৰিলে।
 
পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,-“স্বৰ্গদেৱ,
 
পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,-“স্বৰ্গদেৱ,
 
গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে।
 
গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে।
আগেয়ে যি কৈছোঁ সেয়ে হ’ব।”
+
আগেয়ে যি কৈছে সেয়ে হ’ব।”
 
শিৱ।--তাক খণ্ডাবৰ উপায় নাই নে?
 
শিৱ।--তাক খণ্ডাবৰ উপায় নাই নে?
 
জ্যোতি।-নাই। আপোনাৰ ছত্ৰভঙ্গ হবই। অৱশ্যে
 
জ্যোতি।-নাই। আপোনাৰ ছত্ৰভঙ্গ হবই। অৱশ্যে
 
তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে।
 
তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে।
শিৱ।—কি উপায়?
+
শিৱ?—কি উপায়?
জ্যোতি।-দেৱতা আৰু ব্ৰাহ্মণৰ সন্তোষতে দেশৰ মঙ্গল'-
+
জ্যোতি।--দেৱতা আৰু ব্ৰাহ্মণৰ সন্তোষতে দেশৰ মঙ্গল'-
 
মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল
 
মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল
 
দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক
 
দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক
২৯৯

টা সম্পাদনা