পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
স্থাপিত নিয়ম প্ৰণালী 'বোৰ পালন কৰিবৰ উপায় বোৰ যথা সাধ্য
স্থাপিত নিয়ম প্ৰণালী 'বোৰ পালন কৰিবৰ উপায় বোৰ যথা সাধ্য
সকলোৱে বুজিব পৰাকৈ বিশেষতঃ শাক্ত বৈষ্ণব উভয় সম্প্ৰদায়
সকলোৱে বুজিব পৰাকৈ বিশেষতঃ শাক্ত বৈষ্ণব উভয় সম্প্ৰদায়
উপযোগী কৰি, সৰল ভাষাত লেখা হৈছে।
উপযোগী কৰি, সৰল ভাষাত লেখা হৈছে।<br/>
ইয়াৰ শেষত “শেষাৱস্থা আৰ্থাৎ কেৱল ধৰ্ম্ম সম্বন্ধে লিখোতে
{{gap}}ইয়াৰ শেষত “শেষাৱস্থা” আৰ্থাৎ কেৱল ধৰ্ম্ম সম্বন্ধে লিখোতে
বৰ্ত্তমান কোনো কোনো কেৱলীয়া ভকত সকলৰ ব্যবহাৰে সৈত
বৰ্ত্তমান কোনো কোনো কেৱলীয়া ভকত সকলৰ ব্যবহাৰে সৈত
কিছু অমিল হব পাৰে; আৰু সেই বাবে তেঁৰা সৱৰ ভিতৰত কোনো
কিছু অমিল হব পাৰে; আৰু সেই বাবে তেঁৰা সৱৰ ভিতৰত কোনো
৯ নং শাৰী: ৯ নং শাৰী:
তেৰাসবে ইয়াত লেখা সিদ্ধ পুৰুষ কেৱল ধৰ্ম্মাবলম্বী “শ্ৰীৰাম আতা”
তেৰাসবে ইয়াত লেখা সিদ্ধ পুৰুষ কেৱল ধৰ্ম্মাবলম্বী “শ্ৰীৰাম আতা”
প্ৰকৃতিৰ আহি সুৱৰি নিজ নিজ দোষ কিছু পৰিমাণে সংশোধন কৰে ,
প্ৰকৃতিৰ আহি সুৱৰি নিজ নিজ দোষ কিছু পৰিমাণে সংশোধন কৰে ,
তেন্তে মই কৃতাৰ্থ জ্ঞান কৰিম।
তেন্তে মই কৃতাৰ্থ জ্ঞান কৰিম।<br/>
“দায়ভাগ” সম্বন্ধ বেছি বহলাই নিলিখি বৰ্ত্তমান কালত
{{gap}}{{X-larger|“দায়ভাগ”}} সম্বন্ধ বেছি বহলাই নিলিখি বৰ্ত্তমান কালত
যিবোৰ অতি লাগতীয়াল বুলি বিবেচনা কৰা হৈছে, সেই বোৰ মাথোন
যিবোৰ অতি লাগতীয়াল বুলি বিবেচনা কৰা হৈছে, সেই বোৰ মাথোন
লিখা হল।
লিখা হল।<br/>
পুথি খনি মূৰৰ পৰাই ভাঙ্গি সৰল ভাষাত লেখা হ’ল। তায় ভিতৰত
{{gap}}পুথি খনি মূৰৰ পৰাই ভাঙ্গি সৰল ভাষাত লেখা হ’ল। তায় ভিতৰত
যি বোৰ কথা অতি দৰ্কৰি আৰু সন্দেহজনক, সেই বোৰৰ সাখী স্বৰূপ
যি বোৰ কথা অতি দৰ্কৰি আৰু সন্দেহজনক, সেই বোৰৰ সাখী স্বৰূপ
মূল সংস্কৃতৰ কথা বিলাক অবিকল তুলি দিয়া হৈছে।
মূল সংস্কৃতৰ কথা বিলাক অবিকল তুলি দিয়া হৈছে।<br/>
মই কতিপূৰ্ব্বে “বিশ্বদৰ্প” পুথি খনি লেখি উলিৱাত আমাৰ
{{gap}}মই কতিপূৰ্ব্বে {{X-larger|“বিশ্বদৰ্প”}} পুথি খনি লেখি উলিৱাত আমাৰ
অসমদেশৰ জ্ঞানী সমাজত আদৰণীয় হোৱা দেখি, বিশেষতঃ শ্ৰী শ্ৰীযুক্ত
অসমদেশৰ জ্ঞানী সমাজত আদৰণীয় হোৱা দেখি, বিশেষতঃ শ্ৰীশ্ৰীযুক্ত
আউনি আটীয় গোস্বামী, শ্ৰী শ্ৰীযুক্ত বৰপেটা শস্ত্ৰৰ বৰ্ত্তমান অধিকাৰ
আউনি আটীয় গোস্বামী, শ্ৰী শ্ৰীযুক্ত বৰপেটা শস্ত্ৰৰ বৰ্ত্তমান অধিকাৰ
শ্ৰীযুক্ত মহীৰাম শৰ্ম্মা বিদ্যাৰত্ন; এঃ এঃ কমিচনাৰ শ্ৰীযুক্ত পৰ্শুৰাম
শ্ৰীযুক্ত মহীৰাম শৰ্ম্মা বিদ্যাৰত্ন; এঃ এঃ কমিচনাৰ শ্ৰীযুক্ত পৰ্শুৰাম