১,১৪২
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ম মাটিয়ে টোপনি, excessive sleep. অৰণা মৰা—কি, গৰুৱে অৰু ই-পক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | {{Left|}}মৰণা |
||
− | ম |
||
+ | {{center|}}৩১০ |
||
− | মাটিয়ে |
+ | {{Right|}}মাটিয়ে |
+ | |||
+ | |||
টোপনি, excessive sleep. |
টোপনি, excessive sleep. |
||
+ | |||
− | + | মৰণা মৰা—ক্ৰি, গৰুৱে অকাই-পকাই ফুৰি ধানৰ মৰণা মাৰে। এতেকে,— |
|
− | একেটা |
+ | একেটা কথাকে অকাই-পকাই কৈ থকা, to speak the same |
− | thing over |
+ | thing over and over again. |
⚫ | |||
+ | |||
⚫ | |||
অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি |
অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি |
||
− | নােযােৱাকৈ উটি যাব পাৰে। |
+ | নােযােৱাকৈ উটি যাব পাৰে। এটা-এটাকৈ গলে আটাইবিলাক মৰি |
− | যায়, কিন্তু লগেৰে |
+ | যায়, কিন্তু লগেৰে যোৱাত পৰস্পৰৰ সাহায্যত আটাইবিলাকে |
− | নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি- |
+ | নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-প{{বঙালী ৰ}}ুৱাৰ নিচিনা সৰু |
− | + | সৰু নিঃসহায় প্রাণীও একতাৰ গুণত কাৰ্য্য সিদ্ধি কৰিব পাৰে, এই |
|
− | ভাব বুজাইছে। এতেকে, |
+ | ভাব বুজাইছে। এতেকে,—একতাৰ গুণত দুর্ব্বল মানুহে ক্ষমতাশালী |
− | হব পৰা, to become powerful when |
+ | হব পৰা, to become powerful when united but weak |
when divided. |
when divided. |
||
+ | |||
− | মাছৰ তেলেৰে মাছ |
+ | মাছৰ তেলেৰে মাছ ভজa--ক্ৰি, সৰিয়হৰ তেলত মাছ ভজা হয়। এই স্থলত |
কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অর্থাৎ |
কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অর্থাৎ |
||
− | মাছৰ গাৰপৰা ওলােৱ |
+ | মাছৰ গাৰপৰা ওলােৱ চর্ব্বিতে মাছ ভাজে। এতেকে,—মুল ধনত |
হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনাে কাৰ্য কৰা, to launch a |
হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনাে কাৰ্য কৰা, to launch a |
||
business with the extra-money which accrues as profit |
business with the extra-money which accrues as profit |
||
without spending anything out of the principal. |
without spending anything out of the principal. |
||
+ | |||
− | + | মাজ-তালুত সাপে খুঁটিলে ধৰণি ধৰিবলৈ ঠাই নােহাৱা—ক্রি, সাপে খুঁটিলে |
|
− | ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত |
+ | ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খোঁটে |
− | তেনেহলে ধৰণি ধৰিবলৈ ঠাই নােহােৱাত পৰে। এতেকে |
+ | তেনেহলে ধৰণি ধৰিবলৈ ঠাই নােহােৱাত পৰে। এতেকে,—মহা- |
বিপদত ৰক্ষাৰ উপায় ৰহিত হােৱ, to have absolutely no |
বিপদত ৰক্ষাৰ উপায় ৰহিত হােৱ, to have absolutely no |
||
means of escaping from a momentous calamity. |
means of escaping from a momentous calamity. |
||
+ | |||
− | + | মাটি হোৱা—ক্ৰি, মাটি সােপাৰ নিচিনা লেউসেউ হোৱা, শক্তিৰহিত হােৱা |
|
− | + | জাৰমাৰ হোৱা, to be reduced to nothing to be |
|
vanquished, to be utterly helpless. |
vanquished, to be utterly helpless. |
||
+ | |||
− | মাটিয়ে |
+ | মাটিয়ে ভেঁটিয়ে খনা—ক্রি, ( মাটি=বাৰী। ভেঁটি=ঘৰ ) বাৰী আৰু ঘৰ |
− | + | সমূলি নষ্ট কৰা অর্থাৎ সৰ্ব্বস্বান্ত কৰি দেশান্তৰ কৰা , to ruin com- |
|
pletely. |
pletely. |
||
− | . |
টা সম্পাদনা