পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ ভবিষ্যতেও এইরূপে কাৰ্যত প্রবৃত্ত হােৱা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
________________
________________


ভবিষ্যতেও এইরূপে কাৰ্যত প্রবৃত্ত হােৱা দেঘিতে বিশেষ সন্তোষ ক। ১৮২৬১৫ মাঘ।
ভবিষ্যতেও এইৰূপে কাৰ্য্য়ত প্ৰবৃত্ত হোৱা দেখিলে বিশেষ সন্তোষৰ কথা। ১৮২৬।১৫ মাঘ।
শ্ৰীশ্ৰী আউল আটীয়া গোস্বামী
| আউল আটীয় গােস্বামী
হরি। আপােনার প্রেরিত বিদর্পণ পুথি খন পাঠ করি বিশেষ সতো লাভ কৰিলে। পুস্তক খনি হৃদয়গ্রাহী ও ভক্তি এক হইছে, বিশেষকৈ ১০ ম অধ্যায় পেরা শেষলৈকে ভাল হইব। ইতি ২৮ পৌষ ১৩১৬।
শ্ৰীহৰি। আপোনাৰ প্ৰেৰিত বিশ্বদৰ্পণ পুথি খন পাঠ কৰি বিশেষ সন্তোষ লাভ কৰিলোঁ। পুস্তক খনি হৃদয়গ্ৰাহী ও ভক্তি ৰঞ্জক হইছে, বিশেষকৈ ১০ ম অধ্যায়ৰ পেৰা শেষলৈকে ভাল হইছে। ইতি ২৮ পৌষ ১৩১৬।
অপরশুরাম শৰ্মা
শ্ৰীপৰশুৰাম শৰ্মা খাউণ্ড ।
এঃ এঃ কমিচনাৰ ‘কেম্প, গন্ধমৌ, পােঃ অঃ শুয়ালকুচি।
এঃ এঃ কমিচনাৰ ‘কেম্প, গন্ধমৌ, পোঃ অঃ শুয়ালকুচি।
২০১৫ প্রিয় মহন্ত।
২০।১।০৫ প্ৰিয় মহন্ত।
আপােনারবিশ্বদর্পণ পুথি খন আৰু চিঠি পাই, যারপর নাই সুখী হলে।। মােৰ মনেরে কি এপ খনি বড় ভাল হৈছে, আর আপুনি যি উদ্দেশে তাক লিখিছে সি সম্পূর্ণ সম্পাদিত হৈছে।
আপোনাৰ কৃবিশ্বদৰ্পণ পুথি খন আৰু চিঠি পাই, যাবপৰ নাই সুখী হলে॥ মোৰ মনেৰে কিতাপ খনি বড় ভাল হৈছে, আৰু আপুনি যি উদ্দেশে তাক লিখিছে সি সম্পূৰ্ণ সম্পাদিত হৈছে।
“সাহিত্যসোপান” খান ছপাৱলৈ দিয়া শুনি পরম সুখী হলো।
“সাহিত্যসোপান” খান ছপাৱলৈ দিয়া শুনি পৰম সুখী হলোঁ।
ইতি।
ইতি। স্নেহয়
শ্ৰীহেমচন্দ্ৰ গোস্বাসী সঃ ডিঃ কালেক্টৰ।
হেমচন্দ্র গােস্বাসী সঃ ডিঃ কালেক্টর।
লিখকৰ কবলগা কথা। মই অকপত চিত্তেরে কওযে এই পুথি খনি চাপওয়ি মৌজা মৌজাদার যুক্ত কৃষ্ণরাম উজিৰ ডাঙ্গরীয়ই এই তাঈরণর সমুদায়ী ছপােব খরছ দি ছপাই প্রকাশ করিলে। এই বাৰে তেওক নথৈ শলাগ ললোঁ। আৰু আশা কৰে। এই সদগুণৰ বাবে পরমেশ্বব সবাই মণ কৰিব। আৰু তেওঁৰ হৃদয়ত সদাই এনেকুবা উদার ভাব দি সুকীত্তি লাভ করার আকৌ সমাবে। বিশেষ আদৰণীয় হব। হাত
লিখকৰ কবলগা কথা। মই অকপত চিত্তেৰে কওঁযে এই পুথি খনি চাপাগুৰি মৌজাৰ মৌজাদাৰ শ্ৰীযুক্ত কৃষ্ণৰাম উজিৰ ডাঙ্গৰীয়ই এই তাঙ্গ ৰণৰ সমুদায়ী ছপোৱা খৰছ দি ছপাই প্ৰকাশ কৰিলে। এই বাবে তেওঁক নথৈ শলাগ ললোঁ আৰু আশা কৰোঁ এই সদগুণৰ বাবে পৰমেশ্বৰে সদাই মঙ্গল কৰিব। আৰু তেওঁৰ হৃদয়ত সদাই এনেকুবা উদাৰ ভাব দি সুকীৰ্ত্তি লাভ কৰাৰ আকৌ সমাজৰো বিশেষ আদৰণীয় হব। ইতি
শ্ৰীহলিৰাম মহন্ত
হলিরাম মহক
২৯১০ ইং
২০।৯।১০ ইং