পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৯০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পাই অতিশয় দুঃখিত হল; আৰু তাৰ পাচদিনা পুবাই উঠি গৈ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
পাই অতিশয় দুঃখিত হল; আৰু তাৰ পাচদিনা পুবাই উঠি গৈ
পাই অতিশয় দুঃখিত হল; আৰু তাৰ পাচদিনা পুবাই উঠি গৈ
বাটটিৰ যি যি ঠাইত হাবি হৈছিল, সেই এটাই বােব দাৰে কাটি
বাটটিৰ যি যি ঠাইত হাবি হৈছিল, সেই এটাই বোব দাৰে কাটি
পেলালে। তাৰ পিছত ঈশ্বৰ ঠাকুৰ আতা প্রসঙ্গক অহাত, মহাপুরুষ
পেলালে। তাৰ পিছত ঈশ্বৰ ঠাকুৰ আতা প্ৰসঙ্গক অহাত, মহাপুৰুষ
দেৱে কাপােৰ নিতিতা দেখি কাৰণ শােধাত, শ্ৰীৰাম আতাই বাটটি
দেৱে কাপোৰ নিতিতা দেখি কাৰণ শোধাত, শ্ৰীৰাম আতাই বাটটি
জুৰি দিয়া কথা শুনি বৰ সন্তোবিত হৈ শ্ৰীৰামৰ ধন্য গুরু ভক্তি”
জুৰি দিয়া কথা শুনি বৰ সন্তোষিত হৈ শ্ৰীৰামৰ ধন্য গুৰু ভক্তি”
বুলি প্রশংসা কৰিলে * এই বােৰ কথাৰে পুৰ্বকালৰ কে বলীয়া ভকত
বুলি প্ৰশংসা কৰিলে * এই বোৰ কথাৰে পুৰ্ব্বকালৰ কেবলীয়া ভকত
সকল কেনে জিতেন্দ্রিয় আছিল আৰু কেবল ধৰ্ম্মৰ পক্ষে কেনে হোবা
সকল কেনে জিতেন্দ্ৰিয় আছিল আৰু কেবল ধৰ্ম্মৰ পক্ষে কেনে হোবা
উচিত ইত্যাদি বিষয় কিছু পৰিমাণে বুজিব পৰা যায়।
উচিত ইত্যাদি বিষয় কিছু পৰিমাণে বুজিব পৰা যায়।
*
*
এই জনসিদ্ধ পুরুষে সম্পূর্ণরুপে কে বলীয়া ধৰ্ম্ম প্রতিপালন
এই জনসিদ্ধ পুৰুষে সম্পূৰ্ণৰুপে কেবলীয়া ধৰ্ম্ম প্ৰতিপালন
করিছিল বুলি সাধু সমাজত প্ৰবাদ আৰু ভক্তি তত্বত লেখা আছে।
কৰিছিল বুলি সাধু সমাজত প্ৰবাদ আৰু ভক্তি তত্বত লেখা আছে।
এতিয়াও এওঁৰ ভক্তিৰ মাহাত্ম্য আৰু সুকীৰ্ত্তি আসামৰ সকলাে শত্ৰতে
এতিয়াও এওঁৰ ভক্তিৰ মাহাত্ম্য আৰু সুকীৰ্ত্তি আসামৰ সকলো শত্ৰতে
প্রখ্যাত, আক সদাই দহজনৰ মাজত কোবামেলা হৈ শ্রবণ কীর্তন
প্ৰখ্যাত, আক সদাই দহজনৰ মাজত কোবামেলা হৈ শ্ৰবণ কীৰ্তন
হব লাগিছে। দ্বাপৰত বিহুৰ আৰু কলিত শ্ৰীৰাম আতা এই দুই জনৰ
হব লাগিছে। দ্বাপৰত বিদুৰ আৰু কলিত শ্ৰীৰাম আতা এই দুই জনৰ
প্রভেদ নাই বুলিলেও ঐত্যুক্তি কৰা নহয়। এই আতা জনৰ জন্ম
প্ৰভেদ নাই বুলিলেও ঐত্যুক্তি কৰা নহয়। এই আতা জনৰ জন্ম
বৃন্তু এতিয়ালৈ কোনাে লােকে ঠিক কব নেবারে, শাস্ত্ৰতো পােয়
বৃতান্ত এতিয়ালৈ কোনো লোকে ঠিক কব নেবাৰে, শাস্ত্ৰতো পোয়
নাই।
নাই।