পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দই জনে যেন তেনেকুৱা হবলৈ চেষ্টা কৰে, তাৰে আৰ্হিৰ ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
দই জনে যেন তেনেকুৱা হবলৈ চেষ্টা কৰে, তাৰে আৰ্হিৰ নিচিনা হব
দহ জনে যেন তেনেকুৱা হবলৈ চেষ্টা কৰে, তাৰে আৰ্হিৰ নিচিনা হব
লাগে।
লাগে।
তিৰােত। বােৰে সৈতে ঈশ্বৰ সম্বন্ধীয় আলাপ প্রলাপ কিম্বা তিৰােতাৰ
তিৰোতা বোৰে সৈতে ঈশ্বৰ সম্বন্ধীয় আলাপ প্ৰলাপ কিম্বা তিৰোতাৰ
স্বামীত, ভিন্ন অপৰ ধৰ্মৰ অনুষ্ঠা কৰিবৰ উপদেশ দিয়া খাত-পাম
স্বামীত্, ভিন্ন অপৰ ধৰ্ম্মৰ অনুষ্ঠা কৰিবৰ উপদেশ দিয়া খাত-পাম
চলােৱা, টকা ধাৰদি সুত গ্ৰহণ কৰা খাট-পালেঙ্গ তুলি-তলিচাত শােৱা
চলোৱা, টকা ধাৰদি সুত গ্ৰহণ কৰা খাট-পালেঙ্গ তুলি-তলিচাত শোৱা
ম’হৰ গাখীৰেৰে আউহি-একাদশী পালন কৰা, এটী বা দুটি অবিয়া
ম’হৰ গাখীৰেৰে আউহি-একাদশী পালন কৰা, এটী বা দুটি অবিয়া
আলধৰা লৰা ৰাখি, তাহাতৰ দুইও কাল অকামিলা কৰা আদি নিয়ম
আলধৰা লৰা ৰাখি, তাহাতৰ দুইও কাল অকামিলা কৰা আদি নিয়ম
কেৱলীয়া সকলৰ ধৰ্ম্ম বিরুদ্ধ যেন লাগে।
কেৱলীয়া সকলৰ ধৰ্ম্ম বিৰুদ্ধ যেন লাগে।
দ্বাবিংশ অধ্যায়।
দ্বাবিংশ অধ্যায়।
দায়ভাগ ( পিতৃ-ধন বিভাগ)।
দায়ভাগ ( পিতৃ-ধন বিভাগ)।
পিতৃ-মাতৃ লােকান্তৰ হলে, ভ্রাতৃবর্গ এটাইয়ে মিলি পিতৃধন
পিতৃ-মাতৃ লোকান্তৰ হলে, ভ্ৰাতৃবৰ্গ এটাইয়ে মিলি পিতৃধন
সমানে ভগাই লব পাৰে। কিন্তু পিতৃ বর্তমানে আৰু তেওঁৰ অনিচ্ছায়
সমানে ভগাই লব পাৰে। কিন্তু পিতৃ বৰ্ত্ত মানে আৰু তেওঁৰ অনিচ্ছায়
পুলসকলৰ কোনাে অধিকাৰ নাই, যদি অন্যান্য ভ্রাতৃ সকলে জ্যেষ্ঠজনক
পুত্ৰসকলৰ কোনো অধিকাৰ নাই, যদি অন্যান্য ভ্ৰাতৃ সকলে জ্যেষ্ঠজনক
পিতৃজ্ঞানে একত্র বাস কৰে, তেন্তে জ্যেষ্ঠজনে পৈতৃক সম্পত্তিৰ সম্পূর্ণ
পিতৃজ্ঞানে একত্ৰ বাস কৰে, তেন্তে জ্যেষ্ঠজনে পৈতৃক সম্পত্তিৰ সম্পূৰ্ণ
অধিকাৰী হবলৈ পাৰে। কিয়নো জ্যেষ্ঠ পুত্র ভূমিষ্ট হােৱা মাত্রেই
অধিকাৰী হবলৈ পাৰে। কিয়নো জ্যেষ্ঠ পুত্ৰ ভূমিষ্ট হোৱা মাত্ৰেই
মানুহ পুৱান আৰু পিতৃলােক অঋণী হয়। এই কাৰণে জ্যেষ্ঠ স্বর্বস্ব
মানুহ পুস্ৰৱান আৰু পিতৃলোক অঋণী হয়। এই কাৰণে জ্যেষ্ঠ স্বৰ্ব্বস্ব
পাবৰ যােগ্য। ডাঙ্গৰ পুতেক জন্ম ধৰা মাত্রেই বাপেক পিতৃঋণৰ পৰা
পাবৰ যোগ্য। ডাঙ্গৰ পুতেক জন্ম ধৰা মাত্ৰেই বাপেক পিতৃঋণৰ পৰা
মুক্ত হয়, এতেতে জ্যেষ্ঠ পুত্র ধর্মোৎপন্ন পুতেক। অন্যান্য সন্তান বােৰ।
মুক্ত হয়, এতেতে জ্যেষ্ঠ পুত্ৰ ধৰ্ম্মো ৎপন্ন পুতেক। অন্যান্য সন্তান বোৰ
(১) এই ৰকমে চলিলে গৃহস্থালি ধৰ্ম্মত থাকিও এই ধৰ্ম্মাচৰণ কৰা
(১) এই ৰকমে চলিলে গৃহস্থালি ধৰ্ম্মত থাকিও এই ধৰ্ম্মাচৰণ কৰা
হয়। আৰু নিস্তাৰ পাব পাৰে।
হয়। আৰু নিস্তাৰ পাব পাৰে।
যেনে ,-“কৰ্মবৈ হি সংসিদ্ধি মস্থিত জনতা দয়ঃ”।
যেনে ,-“কৰ্ম্মবৈ হি সংসিদ্ধি মস্থিতা জনতা দয়ঃ”।
(২) এই হেতুকেই ঈশ্বৰ পুরুষে ঠাকুৰ আটাক অগৃহী বুলিছিল।
(২) এই হেতুকেই ঈশ্বৰ পুৰুষে ঠাকুৰ আটাক অগৃহী বুলিছিল।