পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "মুখৰ পৰা পাণী কণা ওলাই গাত পৰিলে, তাত, গা চুৱা নেযা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
মুখৰ পৰা পাণী কণা ওলাই গাত পৰিলে, তাত, গা চুৱা নেযায়, শ্ম
মুখৰ পৰা পাণী কণা ওলাই গাত্ পৰিলে, তাত্, গা চুৱা নেযায়, শ্মশ্ৰু
(ডাঢ়ি-গোঁফ) মুখত সােমালে আৰু উলিয়া বলৈ যত্ন কৰিও উলিয়াব
(ডাঢ়ি-গোঁফ) মুখত সোমালে আৰু উলিয়া বলৈ যত্ন কৰিও উলিয়াব
নােৱাৰ দাঁতৰ মাজত থকা অন্নাদিৰ পৰা চুৱা নহয়। আনক মুখ ধুবলৈ
নোৱাৰা দাঁতৰ মাজত থকা অন্নাদিৰ পৰা চুৱা নহয়। আনক মুখ ধুবলৈ
ঢালি দিবাৰ সময় যদি পানী চিটা ভৰিত বা গাত পৰে তাতও চুৱা নহয়।
ঢালি দিবাৰ সময় যদি পানী চিটা ভৰিত বা গাত পৰে তাতও চুৱা নহয়।
কেইবা বেলি গা চলিলে বা বাতিলে গা ধুই ঘিউ খালে আৰু ভাগ
কেইবা বেলি গা চলিলে বা বাঁতিয়ালে গা ধুই ঘিউ খালে আৰু ভাতগ
খােৱাৰ পিছত বাতিয়ালে আচমন কৰিলেই শুদ্ধ হয়।
খোৱাৰ পিছত বাঁতিয়ালে আচমন কৰিলেই শুদ্ধ হয়।
টোপনিৰ পৰা উঠি, হাচিয়াই, খাই উঠি খেকাৰ পেলাই, মিছ।
টোপনিৰ পৰা উঠি, হাচিয়াই, খাই উঠি খেকাৰ পেলাই, মিছা
কথা কৈ আৰু ক্ষুদ্র ভােজন কৰি, বেদাদি শাস্ত্র পঢ়িব লাগিলে আচমন
কথা কৈ আৰু ক্ষুদ্ৰ ভোজন কৰি, বেদাদি শাস্ত্ৰ পঢ়িব লাগিলে আচমন
কৰিহে পঢ়িব লাগে ।
কৰিহে পঢ়িব লাগে।
উনবিংশ অধ্যায়।
উনবিংশ অধ্যায়।
স্ত্ৰীধৰ্ম্ম।
স্ত্রীধৰ্ম্ম।
তিৰে বােৰৰ বয়সানুসাৰে ছােৱালী, গাভৰু আৰু বৃদ্ধ
তিৰোতা বোৰৰ বয়সানুসাৰে ছোৱালী, গাভৰু আৰু বৃদ্ধ
এই তিনি কাল বিভাগ আছে। এই তিনি ও কালৰ কোনো সময়ে
এই তিনি কাল বিভাগ আছে। এই তিনি ও কালৰ কোনো সময়ে
নিজ ঘৰত থাকি, কোনও কাম স্বাধীন ভাবে কৰা উচিত নয়।
নিজ ঘৰত থাকি, কোনও কাম স্বাধীন ভাবে কৰা উচিত নহয়।
স্ত্রীলােক ছােৱালীতে পিতৃৰ যশে, গাভৰু কালত স্বামীৰ বশে আৰু
স্ত্ৰীলোক ছোৱালীতে পিতৃৰ যশে, গাভৰু কালত স্বামীৰ বশে আৰু
স্বামী মৰিলে বৃদ্ধকালে পুত্ৰৰ বশে থাকিব ; কিন্তু কেতিয়াও স্বাধীন
স্বামী মৰিলে বৃদ্ধকালে পুত্ৰৰ বশে থাকিব; কিন্তু কেতিয়াও স্বাধীন
হৈ নে থাকিব। স্বাধীন হৈ থাকিলেই তিৰােতাই পিতৃ-মাতৃ উভয়
হৈ নে থাকিব। স্বাধীন হৈ থাকিলেই তিৰোতাই পিতৃ-মাতৃ উভয়
কুলকে দূষিত কৰে।
কুলকে দূষিত কৰে।