পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( at ) ; যি লােকে পবিত্ৰ হৈ থাকিবলৈ ইচ্ছা কৰে, তেওঁ মূত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

( at )

;
যি লােকে পবিত্ৰ হৈ থাকিবলৈ ইচ্ছা কৰে, তেওঁ মূত্রাশচে
যি লোকে পবিত্ৰ হৈ থাকিবলৈ ইচ্ছা কৰে, তেওঁ মূত্ৰাশৌচে
লিঙ্গে এবাৰ ; বাম হাতে ৩ ৰাৰ তাৰ পিছে আকৌ দুই হাতে দুবাৰকৈ
লিঙ্গে এবাৰ; বাম হাতে ৩ ৰাৰ তাৰ পিছে আকৌ দুই হাতে দুবাৰকৈ
মাটি পাণী লব। মৈথুনৰ পিছত ইয়াৰ দুগুণ। মৈথুনৰ পিছত মূত্র
মাটি পাণী লব। মৈথুনৰ পিছত ইয়াৰ দুগুণ। মৈথুনৰ পিছত মূত্ৰ
ত্যাগ কৰিলে মূত্রাশশৗচৰ চাৰি গুণ। মল ত্যাগন্তে লিঙ্গে এবাৰ,
ত্যাগ কৰিলে মূত্ৰাশৌচৰ চাৰি গুণ। মল ত্যাগন্তে লিঙ্গে এবাৰ,
গুয়ে তিনিবাৰ, বামহাতে দহবাৰ; আকৌ উভয় হাতে সাত, সাত,
গুহ্য়ে তিনিবাৰ, বামহাতে দহবাৰ; আকৌ উভয় হাতে সাত্ সাত্
বাৰ আৰু দুইও ভৰিত ছয় বাকৈ পাণ সহিতে মাটিলব।
বাৰ আৰু দুইও ভৰিত ছয় বাৰকৈ পাণী সহিতে মাটিলব।
এই নিয়ম গৃহবাসী সকলােৰ পক্ষে বিধবপক্ষে ইয়াৰ দু গুণ ; সতী,
এই নিয়ম গৃহবাসী সকলোৰ পক্ষে বিধবাৰপক্ষে ইয়াৰ দুগুণ; সতী,
বৈষ্ণৱ, ব্ৰহ্মষি আৰু ব্ৰহ্মচাৰিৰ পক্ষে ইয়াৰ চাৰি গুণ, বাণপ্রস্থী আৰু
বৈষ্ণৱ, ব্ৰহ্মষি আৰু ব্ৰহ্মচাৰিৰ পক্ষে ইয়াৰ চাৰি গুণ, বাণপ্ৰস্থী আৰু
উদাশীনৰ পক্ষে তাৰ ছয় গুণ, যতীসন্ন্যাসীৰ পক্ষে তাৰ আঠগুণ জানিব।
উদাশীনৰ পক্ষে তাৰ ছয় গুণ, যতীসন্ন্যাসীৰ পক্ষে তাৰ আঠগুণ জানিব।
মল-মূত্র ত্যাগৰ পিছত শুদ্ধহৈ আচমন কৰি, ইন্দ্রিয়চ্ছিদ্র বিলাক
মল-মূত্ৰ ত্যাগৰ পিছত শুদ্ধহৈ আচমন কৰি, ইন্দ্ৰিয়চ্ছিদ্ৰ বিলাক
স্পর্শ কৰিব। বেদ শাস্ত্রাদি পঢ়িবৰ সময় আর অন্ন ভােজন কৰিও
স্পৰ্শ কৰিব। বেদ শাস্ত্ৰাদি পঢ়িবৰ সময় আৰু অন্ন ভোজন কৰিও
সদাই এই রূপে আচমন কৰিব। আচমন কালে তিনি বাৰ জলপান
সদাই এই ৰূপে আচমন কৰিব। আচমন কালে তিনি বাৰ জলপান
আরু দুবাৰ মুখ মাৰ্জন কৰিব লাগে। স্বধৰ্ম্ম পৰায়ণ শাস্ত্রজ্ঞ শূদ্রে মাহে
আৰু দুবাৰ মুখ মাৰ্জন কৰিব লাগে। স্বধৰ্ম্ম পৰায়ণ শাস্ত্ৰজ্ঞ শূদ্ৰে মাহে
মাহে কেশ মুণ্ডন কৰি,জনম মৰণে বৈশ্য ৰ ন্যায় অশৌচ পালন কৰিব।
মাহে কেশ মুণ্ডন কৰি,জনম মৰণে বৈশ্যৰ ন্যায় অশৌচ পালন কৰিব।
আৰু ব্ৰাহ্মণৰ অৱশিষ্ট ভােজন কৰিব।
আৰু ব্ৰাহ্মণৰ অৱশিষ্ট ভোজন কৰিব।
যেনেং—শূদ্ৰানাং মাসিকং কাৰ্য্য়পনং ন্যায় বৰ্ত্তিনাম্।
যেনেং—শূদ্রানাং মাসিকং কাৰ্যপনং ন্যয় বৰ্ত্তিনাম।
বৈশ্যবচ্ছৌচকম্পশ্চ দ্বিজোচ্ছিষ্টঞ্চ ভােজনম্ ॥ ১৪।
বৈশ্যবচ্ছৌচকম্পশ্চ দ্বিজোচ্ছিষ্টঞ্চ ভোজনম্॥ ১৪।
(ইতি মনুঃ অঃ)
(ইতি মনুঃ অঃ)
(১) বৈষ্ণৱ ধৰ্ম্মাবলম্বীৰ ভিতৰত কাৰৰ কাৰো মতে ইয়াতকৈ
(১) বৈষ্ণৱ ধৰ্ম্মাবলম্বীৰ ভিতৰত কাৰো কাৰো মতে ইয়াতকৈ
বেচি পৰিমাণে মাটি-পানী লােৱাৰ নিয়ম আছে। বাহুল্য হেতু ইয়াত
বেচি পৰিমাণে মাটি-পানী লোৱাৰ নিয়ম আছে। বাহুল্য হেতু ইয়াত
লেখা নহল।
লেখা নহল।
(২) উইৰ মাটি, ইন্দুৰৰ মাটি, অন্তর্জল মাটি, হাত উঠা মাটি,
(২) উইৰ মাটি, ইন্দুৰৰ মাটি, অন্তৰ্জল মাটি, হালত উঠা মাটি,
দুবুৰি বনৰ গুৰিৰ মাটি, শস্য স্থানৰ, শুৱা ঠাইৰ, চাৰি আলিৰ মুৰৰ
দুবুৰি বনৰ গুৰিৰ মাটি, শস্য স্থানৰ, শুৱা ঠাইৰ, চাৰি আলিৰ মুৰৰ
বাগিছাৰ মাটি, গৰুৰ বাটৰ আৰু গৰু চৰাৱা পথাৰৰ মাটি এই
বাগিছাৰ মাটি, গৰুৰ বাটৰ আৰু গৰু চৰোৱা পথাৰৰ মাটি এই
সমস্ত ঠাইৰ মাটি, মাটি পানীত ব্যবহাৰ কৰিব নে লাগে।
সমস্ত ঠাইৰ মাটি, মাটি পানীত ব্যবহাৰ কৰিব নে লাগে।