পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ ১৮ । বিদ্যা ব্ৰাহ্মণৰ ঠাইক আহি কয় যে, “মই তােমার..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
[ ১৮।
[ ১৮ ।
বিদ্যা ব্ৰাহ্মণৰ ঠাইক আহি কয় যে, “মই তােমার নিধি (বহু
বিদ্যা ব্ৰাহ্মণৰ ঠাইক আহি কয় যে, “মই তোমাৰ নিধি (বহু
সম্পত্তিৰ ভৰাল) মােক যত্নকৈ ৰখা; যাৰ শ্ৰদ্ধা নাই আৰু দোষী
সম্পত্তিৰ ভৰাল) মোক যত্নকৈ ৰখা; যাৰ শ্ৰদ্ধা নাই আৰু দোষী
আদি অপাত্ৰৰ ঠাইত মােক অর্পণ নকৰিবা। কিয়নাে তেনে লােক কত
আদি অপাত্ৰৰ ঠাইত মোক অৰ্পণ নকৰিবা। কিয়নো তেনে লোকক
দান কৰিলে মই অতি হীন হৈ থাকিব লগীয়া হয়।
দান কৰিলে মই অতি হীন হৈ থাকিব লগীয়া হয়।
যি সদায় শুচি
যি সদায় শুচি আৰু জীতেন্দ্ৰিয় মোক তাকেই অৰ্পণ কৰিবা ।
সদাচাৰী ব্ৰাহ্মণ যদি শাস্ত্ৰজ্ঞ ন হয়, কেৱল গায়ত্ৰী মাথোন জানে তথাপি
আৰু জীতেন্দ্রিয় মােক তাকেই অৰ্পণ কৰিবা ।
তেওঁ মান্য; কিন্তু তিনি বেদ জনা লোকেও যদি অনাচাৰী হৈ অখাদ্য
সদাচাৰী ব্রাহ্মণ যদি শাস্ত্রজ্ঞ ন হয়, কেৱল গায়ত্রী মাথােন জানে তথাপি
খায় বা অখাদ্য বিক্ৰয় ইত্যাদি বেয়া কাম কৰে; তথাপি মানণীয় ন হয়।
তেওঁ মান্য ; কিন্তু তিনি বেদ জন লােকেও যদি না চাৰী হৈ অখাদ্য
বিদ্যা আৰু বয়সে বেচি লোকে যি শয্যা আৰু আসন ব্যৱহাৰ কৰে,
খায় বা অখাদ্য বিক্রয় ইত্যাদি বেয়া কাম কৰে ; তথাপি মানণীয় ন হয়।
বিদ্যা আৰু বয়সে বেচি লােকে যি শয্যা আৰু আসন ব্যৱহাৰ কৰে,
তাত কেতিয়াও বহিব বা শুব নে লাগে। যদি নিজে শয্যাত শুই
তাত কেতিয়াও বহিব বা শুব নে লাগে। যদি নিজে শয্যাত শুই
থকাত, কিম্বা আসনত বহি থকা সময়ত কোনো গুরু লােক আহে ;
থকাত, কিম্বা আসনত বহি থকা সময়ত কোনো গুৰু লোক আহে;
তেন্তে ততালিকে তাৰ পৰা উঠি সেৱা কৰিব লাগে। ইয়াৰ কাৰণ
তেন্তে ততালিকে তাৰ পৰা উঠি সেৱা কৰিব লাগে। ইয়াৰ কাৰণ
এই যে বয়সীয়া, বিদ্বান আৰু মানী বৃদ্ধ, ডেকাৰ গুৰিত উপস্থিত হলে,
এই যে বয়সীয়া, বিদ্বান আৰু মানী বৃদ্ধ, ডেকাৰ গুৰিত উপস্থিত হলে,
ডেকাৰ প্ৰাণ উর্ধ্ব দিকে যাবলৈ চেষ্টা কৰে ; পিছে থিয় দি গৈ সেৱা
ডেকাৰ প্ৰাণ উৰ্দ্ধ দিকে যাবলৈ চেষ্টা কৰে; পিছে থিয় দি গৈ সেৱা
ভক্তি কৰাৰ পৰা আকৌ প্ৰাণ লাভ কৰে। সদাই বৃদ্ধক পৰিচৰ্য্যা
ভক্তি কৰাৰ পৰা আকৌ প্ৰাণ লাভ কৰে। সদাই বৃদ্ধক পৰিচৰ্য্যা
আৰু সেৱা কৰিলে, ডেকাৰ আয়ু, বিদ্যা, যশ আৰু বল এই চাৰিটি
আৰু সেৱা কৰিলে, ডেকাৰ আয়ু, বিদ্যা, যশ আৰু বল এই চাৰিটি
বৃদ্ধি হয়। সেৱা কৰা সময়ত নিজৰ নাম কৈ চিনাকি দিব লাগে।
বৃদ্ধি হয়। সেৱা কৰা সময়ত নিজৰ নাম কৈ চিনাকি দিব লাগে।
যি ব্রাহ্মণে প্রত্যাভিবাদন কৰিবলৈ নে জানে তেওঁক বিদ্বান লােকে
যি ব্ৰাহ্মণে প্ৰত্যাভিবাদন কৰিবলৈ নে জানে তেওঁক বিদ্বান লোকে
সেৱা কৰা অযুগুত।
সেৱা কৰা অযুগুত।
সমান বয়সীয়া নাইবা কনিষ্ঠ লোকক লগ পালে ব্রাহ্মণক কুশল,
সমান বয়সীয়া নাইবা কনিষ্ঠ লোকক লগ পালে ব্ৰাহ্মণক কুশল,
ক্ষত্রিয়ক অনাময়, বৈশ্যক ক্ষম (সহি থাক) আৰু শূদ্ৰক আৰােগ্য
ক্ষত্ৰিয়ক অনাময়, বৈশ্যক ক্ষম (সহি থাক) আৰু শূদ্ৰক আৰোগ্য
শব্দ উচ্চাৰণ কৰি মঙ্গল বাতৰি শুধিব। কোনাে প্রকাৰ ৰক্ত সম্বন্ধ
শব্দ উচ্চাৰণ কৰি মঙ্গল বাতৰি শুধিব। কোনো প্ৰকাৰ ৰক্ত সম্বন্ধ
নথকা পৰীক *ভবতী মুভগে * নাইবা ভনী বুলি সম্বােধন কৰিব
নথকা পৰস্ত্ৰীক *ভবতী সুভগে * নাইবা ভনী বুলি সম্বোধন কৰিব
লাগে।
লাগে।