পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/১৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ ( ৪ ) সৃষ্টিৰ প্রথমে বাৰ যি কাষত নিযুক্ত কৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

________________


( ৪ )
( ৪ ) সৃষ্টিৰ প্রথমে বাৰ যি কাষত নিযুক্ত কৰিছে সি বাৰৰ জন্ম ধৰিও সেই কামষেই আচৰণ কৰি থাকে। অর্থাৎ হিংসা-অহিংসা, বিনয়, বল, ধর্ম, অধর্ম, সত্য আৰু অসত্য ইত্যাদিৰ যাৰ যি গুণ তাক তেওঁ সৃষ্টি কালতে নিম কৰি দিলে। সৃষ্টিৰ পাছতো সেই তাত সােমাই তাৰ পিছত পৃথিব্যাদি সমৃদ্ধি কামনা কৰি, পৰমেশ্বৰে আপােনাৰ মুখ, বাহু, উৰু আৰু নাভিৰ পৰা যথাক্রমে ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র এই চাৰি জাতি সুজন কৰিলে।

দ্বিতীয় অধ্যায়।
সৃষ্টিৰ প্ৰথমে বাৰ যি কামত নিযুক্ত কৰিছে সি বাৰম্বাৰ জন্ম ধৰিও সেই কামকেই আচৰণ কৰি থাকে। অৰ্থাৎ হিংসা-অহিংসা, বিনয়, বল, ধৰ্ম্ম, অধৰ্ম্ম, সত্য আৰু অসত্য ইত্যাদিৰ যাৰ যি গুণ তাক তেওঁ সৃষ্টি কালতে নিয়ম কৰি দিলে। সৃষ্টিৰ পাছতো সেই গুণ তাত সোমাই তাৰ পিছত পৃথিব্যাদি সমৃদ্ধি কামনা কৰি, পৰমেশ্বৰে আপোনাৰ মুখ, বাহু, উৰু আৰু নাভিৰ পৰা যথাক্ৰমে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰি জাতি সুজন কৰিলে
মনুষ্যাদি জীবেৰ উৎপত্তি। প্রথম অধ্যায়ত কোৱা বিৰাট পুরুষে (ব্রহ্মা) নিজে তপস্যা কৰি, এজন মহাপুরুষ সৃষ্টি কৰিলে, সেই জনেই ; এই মনুয়েই দ্বিতীয় স্রষ্টা। মহানুভৱ মনু প্রজা সৃষ্টি কৰাৰ কামনাৰে তপস্যা কৰি, প্রথমে দহ জন মহর্ষি সৃষ্টি কৰিলে। তেও লােকৰ নাম ৰখা ;-মরীচি, অত্রি, অজিৰা, পুলহ, পুলস্ত্য, ক্রতু, প্রচে, বশিষ্ঠ, ভৃগু আৰু নাৰদ । এই দহ জনে আকৌ মহাতেজৰী সপ্ত মনুক সৃজন কৰিলে। পূর্বে ব্রহ্মাই যি সকল দেবতা সৃষ্টি কৰা নাই, সেই সকল দেবতা আৰু সেই দেবতা সকলৰ বাসস্থান ; অসীম ক্ষমতা সম্পন্ন বহু মহৰি, যক্ষ, ৰাক্ষস, পিশাচ, গন্ধর্ব, অল্পৰা, অনুৰ; সপ; গরুড়াদি, পক্ষী আৰু পিতৃলােক; বিদ্যুৎ ; , মেঘ, ইন্দ্রধনু, উষা, ভূমিকম্প আৰু অৰীৰ উৎপাতধ্বনি; ধূমকেতু, ধ্রুব আকৌ অগত্যাদি নানা একাৰ লোতিৰ্ময় পদার্থ,

+ এও লেককে এজাপতিও বলে।

দ্বিতীয় অধ্যায়।

মনুষ্যাদি জীবেৰ উৎপত্তি।

প্ৰথম অধ্যায়ত কোৱা বিৰাট পুৰুষে (ব্ৰহ্মা) নিজে তপস্যা কৰি, এজন মহাপুৰুষ সৃষ্টি কৰিলে, সেই জনেই মনু; এই মনুয়েই দ্বিতীয় স্ৰষ্টা। মহানুভৱ মনু প্ৰজা সৃষ্টি কৰাৰ কামনাৰে তপস্যা কৰি, প্ৰথমে দহ জন মহৰ্ষি সৃষ্টি কৰিলে। তেওঁ লোকৰ নাম ৰখা;-মৰীচি, অত্ৰি, অঙ্গিৰা, পুলহ, পুলস্ত্য, ক্ৰতু, প্ৰচেতা, বশিষ্ঠ, ভৃগু আৰু নাৰদ। এই দহ জনে আকৌ মহাতেজস্বী সপ্ত মনুক সৃজন কৰিলে। পূৰ্ব্বে ব্ৰহ্মাই যি সকল দেবতা সৃষ্টি কৰা নাই, সেই সকল দেবতা আৰু সেই দেবতা সকলৰ বাসস্থান; অসীম ক্ষমতা সম্পন্ন বহু মহৰ্ষি, যক্ষ, ৰাক্ষস, পিশাচ, গন্ধৰ্ব্ব, অপ্সৰা, অসুৰ; সৰ্প; গৰুড়াদি, পক্ষী আৰু পিতৃলোক; বিদ্যুৎ; বজ্ৰ, মেঘ, ইন্দ্ৰধনু, উল্কা, ভূমিকম্প আৰু অন্তৰীক্ষৰ উৎপাতধ্বনি; ধূমকেতু, ধ্ৰুব আকৌ অগস্ত্য়াদি নানা প্ৰকাৰ জ্য়োতিৰ্ম্ময় পদাৰ্থ,

+ এও লোককে প্ৰজাপতিও বলে।