পৃষ্ঠা:গল্পাঞ্জলি.pdf/৯৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
হায়! সৰোজ আজি কত? আজি সৰোজৰ কি আনন্দৰ দিন। প্ৰভো! অতৰ্ক মহিমা তোমাৰ! তোমাৰ ইচ্ছাই পূৰ্ণ হক!
হায়! সৰোজ আজি কত? আজি সৰোজৰ কি আনন্দৰ দিন।
প্ৰভো! অতৰ্ক মহিমা তোমাৰ! তোমাৰ ইচ্ছাই পূৰ্ণ হক!


{{gap}}মালিনী আৰু গৃহাশমত ৰতা নহল। গঙ্গা-তীৰত এটি প্ৰকাণ্ড মন্দিৰ কৰি, সৰ্ব্বদাই দহ হাজাৰ ভিক্ষুকৰ আহাৰৰ বন্দবস্ত কৰিলে৷ মালিনী সেই ঘৰৰ ওচৰত কোনো এটি সৰু কুটীৰত বাস কৰিব ধৰিলে৷ ৰাজা, মন্ত্ৰী সকলোৱে তেওঁক এই মহদভিপ্ৰায়ত সহায় কৰিলে৷ মালিনীও এই ৰকমে ধৰ্ম্ম মন্দিৰত ধৰ্ম্ম চৰ্চ্চাত জীৱন কটালে। তেতিয়া বহুত মানুহে দেশ বিদেশৰ পৰা আহি মালিনীৰ ওচৰত ধৰ্ম্মৰ পূঢ় ৰহস্য শিকিছিল।
{{gap}}মালিনী আৰু গৃহাশমত ৰতা নহল। গঙ্গা-তীৰত এটি
প্ৰকাণ্ড মন্দিৰ কৰি, সৰ্ব্বদাই দহ হাজাৰ ভিক্ষুকৰ আহাৰৰ
বন্দবস্ত কৰিলে। মালিনী সেই ঘৰৰ ওচৰত কোনো এটি সৰু
কুটীৰত বাস কৰিব ধৰিলে। ৰাজা, মন্ত্ৰী সকলোৱে তেওঁক এই
মহদভিপ্ৰায়ত সহায় কৰিলে। মালিনীও এই ৰকমে ধৰ্ম্ম মন্দিৰত
ধৰ্ম্ম চৰ্চ্চাত জীৱন কটালে। তেতিয়া বহুত মানুহে দেশ বিদেশৰ
পৰা আহি মালিনীৰ ওচৰত ধৰ্ম্মৰ গূঢ় ৰহস্য শিকিছিল।
{{dhe|2em}}

{{center|{{larger|'''অন্ত'''}}}}

{{dhe|2em}}
{{center|{{X-larger|'''অন্ত'''}}}}