পৃষ্ঠা:পৰিদৰ্শন.djvu/১১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "& বটু বাপুৰ বৰ বেপাৰ সােণেশ্বৰে আৰু এবাৰ এইনে বাধা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||বটু বাপুৰ বৰ বেপাৰ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}সোণেশ্বৰে আৰু এবাৰ এইদৰে বাধা পাই কি কৰিব
&
একো বুজিব নোৱাৰি নিজৰ মুখতেই চুৰটটো দি দিয়াচলাইৰ
বটু বাপুৰ বৰ বেপাৰ
কাঠী এটা মাৰিবলৈ সাজু হৈছে মাথোন, হেড্ মাষ্টাৰে
সােণেশ্বৰে আৰু এবাৰ এইনে বাধা পাই কি কৰি
বজ্ৰগম্ভীৰ স্বৰেৰে কলে, "Don't smoke man. Don't
একো বুজিব নােৱাৰি নিজৰ মুখতেই চুটটো দি দিয়ালা
you know this is a school and not a Tea
কাঠী এটা মাৰিবলৈ সাজু হৈছে মাখােন, হেডমাস্টাৰে
Garden Kal Ghar?" আৰু অলপ নমা সুৰত "I have no
বজগম্ভীৰ স্বৰেৰে কলে, “Don't smoke man. Don't
patience with these foolish Cockscombs—these
you know this is a school and not Tea
Dangariyas”—ওচৰেৰে যোৱা এজন শিক্ষকৰ কাণত।
Garden Kal Ghar ?» onto sportof TO "I have no

patience with these foolish Cockscombs-these
{{gap}}লাংটিং বাগিচাৰ বৰকেৰাণীয়ে—যাৰ নিজৰ বাগিচাত আৰু নিজৰ গাৱঁত—এনে অখণ্ড প্ৰতাপ—এনে লটি-ঘটি সহি বৰ
Dangariyas”-ওচৰেৰে বােৰা এজন শিক কাণত।
লাংটিং বাগিচাৰ বৰকেৰাণীয়েষাৰ নিজৰ বাগিচাত আৰু
নিজৰ গাৱঁত—এনে অখণ্ড প্রতাপ-এনে লটিঘটি সহি বৰ
মনস্তাপেৰে স্কুলৰ কম্পাউণ্ডৰ বাহিৰলৈ আহিল আৰু "Good-
মনস্তাপেৰে স্কুলৰ কম্পাউণ্ডৰ বাহিৰলৈ আহিল আৰু "Good-
bye sir” বুলি চেলাম এটা দি ভে। তো কৰি গুচি গ'ল।
bye sir” বুলি চেলাম এটা দি ভোঁ ভোঁ কৰি গুচি গ'ল।
হেড মাষ্টাৰ মহােদয়ে
হেড্ মাষ্টাৰ মহোদয়ে manners নজনা মানুহটোৰ
মনা মানুহটোৰ
চেলামটোও গ্ৰহণ নকৰিলে।
চেলামটোও গ্ৰহণ নকৰিলে।

manners
<center>( ৪ )</center>
(8)

ইয়াৰ দুবছৰমানৰ পাচত। স্কুলৰ গৰমৰ বন্ধৰ দিন
{{gap}}ইয়াৰ দুবছৰমানৰ পাচত। স্কুলৰ গৰমৰ বন্ধৰ দিন ওচৰ
চাপিছে। সকলাে ছাত্ৰই সপ্তাহ গণনা শেষ কৰি দিন গণনাত
চাপিছে। সকলো ছাত্ৰই সপ্তাহ গণনা শেষ কৰি দিন গণনাত
ধৰিছে। বৰকেৰাণীৰ বৰইনাই কাগজ এখনত মার্চ মাহৰ
ধৰিছে। বৰকেৰাণীৰ বৰমইনাই কাগজ এখনত মাৰ্চ্চ মাহৰ
আদিৰে পৰা বন্ধৰ আৰলৈ দিনবােৰ এটা এটাকৈ লিখি
আদিৰে পৰা বন্ধৰ আৰম্ভলৈ দিনবোৰ এটা এটাকৈ লিখি
শােৱ চাঙৰ গতিতে আঁৰি থৈছিল না নিতে গধূলি শুবৰ
শোৱ চাঙৰ দাঁতিতে আঁৰি থৈছিল আৰু নিতৌ গধূলি শুবৰ
[ ১১৫ ]

<center>[ ১১৫ ]</center>