পৃষ্ঠা:পৰিদৰ্শন.djvu/৪৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "DISCIPLINE 04659-Indisposed cafea FM? Sir, অলপ আগতে আমি তেওঁক ডিপুটি কমিচনা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||DISCIPLINE}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}চমচেৰ—Indisposed কেতিয়া হ'ল? Sir, অলপ
DISCIPLINE
04659-Indisposed cafea FM? Sir, অলপ
আগতে আমি তেওঁক ডিপুটি কমিচনাৰ চাহাবৰ বঙলাৰ
আগতে আমি তেওঁক ডিপুটি কমিচনাৰ চাহাবৰ বঙলাৰ
ফালে যােৱা লগ পাইছে।
ফালে যোৱা লগ পাইছোঁ।

(ল’ৰাৰিলাকৰ মাজৰ পৰা coward” এই শব্দ শুনা গল।)
{{gap}}(ল’ৰাৰিলাকৰ মাজৰ পৰা 'coward' এই শব্দ শুনা গ'ল।)
989 Senior Prof.-Well bose, I will put it to

you straight. মহাত্মা গান্ধীৰ প্রতি আমাৰ সকলােৰে ভক্তি
আৰু শ্ৰদ্ধা আছে। কিন্তু বর্তমান অৱস্থাত আমি একো কৰিব
{{gap}}এজনSenior Prof.—Well boys, I will put it to you straight. মহাত্মা গান্ধীৰ প্ৰতি আমাৰ সকলোৰে ভক্তি আৰু শ্ৰদ্ধা আছে। কিন্তু বৰ্ত্তমান অৱস্থাত আমি একো কৰিব নোৱাৰোঁ। আমি গৱৰ্ণমেন্টৰ চাকৰ, সেইমতে চলিব লাগে।

নােৱাৰোঁ। আমি গৱৰ্ণমেন্ট চাক, সেইমতে চলিব লাগে।
ভূদেব-মানিলো ছাৰ। যােৱা বেশি দেখােন এই
{{gap}}ভূদেব—মানিলোঁ ছাৰ। যোৱা বেলি দেখোন এই
কলেজত এইবােৰ উৎসৱ পাতিবলৈ উদগনি দিছিল ?
কলেজত এইবোৰ উৎসৱ পাতিবলৈ উদ্গনি দিছিল?

Senior Prof.-Things change my friends!
{{gap}}Senior Prof.—Things change my friends!
তােমালােকক সৰল ভাৱেৰে কৈছো we are helpless।
তোমালোকক সৰল ভাৱেৰে কৈছো we are helpless।
মানাথ-তেনেহলে Sir, আপােনালােকে যাও।

{{gap}}ৰমানাথ—তেনেহলে Sir, আপোনালোকে যাওক।
আমি Flag-salute কৰিহে যাম। Principal যদি নাহে,
আমি Flag-salute কৰিহে যাম। Principal যদি নাহে,
তেওঁক আনিবলৈ যত্ন কৰে।
তেওঁক আনিবলৈ যত্ন কৰোঁ।

কালিদত্ত—ঠিক! ব’লা Principalক লৈ আহোঁগৈ।
{{gap}}কালিদত্ত—ঠিক! ব’লা Principalক লৈ আহোঁগৈ।
হীৰাচিং-Yes ; এইটো ভাল কথা। (প্রফেছ-

সকললৈ) হয় sir, আপােনালােক ভিতৰলৈ যাওক। আমি
{{gap}}হীৰাচিং—Yes; এইটো ভাল কথা। (প্ৰফেছৰসকললৈ) হয় sir, আপোনালোক ভিতৰলৈ যাওক। আমি
Flag salute কৰিহে কি কৰো। বলাইক।
Flag salute কৰিহে কি কৰোঁ। বলাহঁক।
(এইবুলি দুকুৰিমান ছাত্র উতেজিত হৈ Trincipal বলা

ফালে যায়।)
{{gap}}(এইবুলি দুকুৰিমান ছাত্ৰ উত্তেজিত হৈ Principalৰ বঙলাৰ ফালে যায়।)
[ 8 ]

<center>[ ৪১ ]</center>