পৃষ্ঠা:পৰাচিত.pdf/৬০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পবাচিত [ তৃতীয় অঃ লৈকে ওলাব নোৱৰা হৈছে। শিৱৰ মানু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৫০|পৰাচিত|[তৃতীয় অঙ্ক}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

পবাচিত
লৈকে ওলাব নোৱৰা হৈছোঁ। শিৱৰ মানুহে পহৰা দি
[ তৃতীয় অঃ
লৈকে ওলাব নোৱৰা হৈছে। শিৱৰ মানুহে পহৰা দি
থাকে।
থাকে।

মোবা।
এইখন গাৱৰ আৰু উদগতি নহয়। ইয়াত
{{gap}}মোবা। এইখন গাৱৰ আৰু উদ্গতি নহয়। ইয়াত
মানুহ নাই; সকলো জানোৱাৰ। তাৰ মাজত মানুহ থকা
মানুহ নাই; সকলো জানোৱাৰ। তাৰ মাজত মানুহ থকা
সম্ভব নহয়। বাৰু থাকিবা। মোৰ বৰ বেজাৰ লাগিছে।
সম্ভব নয়।
বুজিছোঁ শিৱক তোমালোকে বলে নোৱাৰা, লোকনাথেও
বাৰু থাকিব। মোৰ বৰ বেজাৰ লাগিছে।
বুজিছো শিৱক তোমালোকে বলে নোৱাৰা, লোকনাথেও
নোৱাৰে। গোচৰৰ কি ৰায় দিয়ে দিওক। তাৰ পাচত মই
নোৱাৰে। গোচৰৰ কি ৰায় দিয়ে দিওক। তাৰ পাচত মই
এবাৰ চাম এনেকুৱা অধম জীৱৰ শাস্তি কি মই তাক নিৰ্ণয়
এবাৰ চাম। এনেকুৱা অধম জীৱৰ শাস্তি কি মই তাক নিৰ্ণয়
কৰিম; তুলেৰে হুল কাঢ়িম!
কৰিম; হুলেৰে হুল কাঢ়িম!

এফালে মোবাৰক আৰু আনফালে বাকী দুজন ওলাই
{{gap}}(এফালে মোবাৰক আৰু আনফালে বাকী দুজন ওলাই
যায়।
যায়।)
দ্বিতীয় দৃশ্য।

শিৱ বৰুৱাৰ চ'ৰা।
<center>⸻</center>
মদনে চকী এখনত বহি মেজত ভৰি

তুলি চিগাৰেট হুপি।
<center>{{Xxx-larger|দ্বিতীয় দৃশ্য।}}</center>
থাকে। এনেতে পুণাই সোমায়।

পুণাই। গোটেই নবাবী আয়মত দেখোন!
<center>{{Xx-larger|শিৱ বৰুৱাৰ চ'ৰা।}}</center>
মদন। দেউতা নাই, কাছাৰীলৈ গৈছে।

পুণাই। কিয়?
{{gap}}মদনে চকী এখনত বহি মেজত ভৰি
মদন। লোকনাথৰ ওপৰত মেধিৰ জীয়েকে কৰা মোকদ্দমাক
তুলি চিগাৰেট হুঁপি থাকে। এনেতে পুণাই সোমায়।
আজি ৰায় দিব।

{{gap}}পুণাই। গোটেই নবাবী আয়মত দেখোন!

{{gap}}মদন। দেউতা নাই, কাছাৰীলৈ গৈছে।

{{gap}}পুণাই। কিয়?

{{gap}}মদন। লোকনাথৰ ওপৰত মেধিৰ জীয়েকে কৰা মোকৰ্দ্দমাৰ আজি ৰায় দিব।