পৃষ্ঠা:পৰাচিত.pdf/৫৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰথম দৃশ্য ] পৰাচিত ৪৯ মোবা। তুমি বোলে বৰ ভকত! পিচ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|প্ৰথম দৃশ্য]|পৰাচিত|৪৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

প্ৰথম দৃশ্য ]
{{gap}}মোবা। তুমি বোলে বৰ ভকত! পিচে এইখন কি
পৰাচিত
৪৯
মোবা। তুমি বোলে বৰ ভকত! পিচে এইখন কি
কৰিছা? এনে এটা লৰাৰ বদনাম উলিয়াই কোনখন স্বৰ্গলৈ
কৰিছা? এনে এটা লৰাৰ বদনাম উলিয়াই কোনখন স্বৰ্গলৈ
যাব খুজিছা?
যাব খুজিছা?

নেনাই। মই কি কৰিম। শিৱই বাৰে বাৰে কোৱাতো
{{gap}}নেনাই। মই কি কৰিম! শিৱই বাৰে বাৰে কোৱাতো
মই তাৰ কথাত মত নিদিলে। তেতিয়া সি ক'লে বোলে
মই তাৰ কথাত মত নিদিলোঁ। তেতিয়া সি ক'লে বোলে
“মই তোক জুখিহে চাইছিলো, আচলতে সেইবোৰ একো
“মই তোমাক জুখিহে চাইছিলোঁ, আচলতে সেইবোৰ একো
কৰিব নালাগে। কোনো গোলমাল নকৰাকৈ মোৰ জন মোক
কৰিব নালাগে। কোনো গোলমাল নকৰাকৈ মোৰ জন মোক
চমজাই দিয়া, লেঠা মৰক।” ময়ো হোল-গোজ ভকত!
চমজাই দিয়াঁ, লেঠা মৰক।” ময়ো হোল-গোজ ভকত!
দিলে। ছোৱালীজনী তাৰ লগত পঠিয়াই। তাইক হাত কৰি
দিলোঁ ছোৱালীজনী তাৰ লগত পঠিয়াই। তাইক হাত কৰি
লৈ সি এতিয়া এইখন কৰিছে।
লৈ সি এতিয়া এইখন কৰিছে।

মোবা। তুমি গোচৰৰ দিনা সঁচা কথা কৈ নিদিলা কিয়?
{{gap}}মোবা। তুমি গোচৰৰ দিনা সঁচা কথা কৈ নিদিলা কিয়?
নেনাই। কম বুলি ভাবিছিলোঁ, নোৱাৰিলে। মই

সেই দিন গৰু মেলামান বেলিতে কাছাৰীলৈ বুলি ওলাইছিলো।
{{gap}}নেনাই। কম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ। মই
এনেতে মটৰ এখন লৈ মানুহ এটা আহি কলে বোলে উকীলে
সেই দিনা গৰু মেলামান বেলিতে কাছাৰীলৈ বুলি ওলাইছিলোঁ।
এনেতে মটৰ এখন লৈ মানুহ এটা আহি ক'লে বোলে উকীলে
মোক মাতিছে, তেওঁ কথাটো সঁচা নে মিছা আগতে জানিব
মোক মাতিছে, তেওঁ কথাটো সঁচা নে মিছা আগতে জানিব
খোজে। মই ভালকে পালোঁ আৰু তেওঁৰ কথামতেই মটৰত
খোজে। মই ভালকে পালোঁ আৰু তেওঁৰ কথামতেই মটৰত
উঠিলোঁ। পিচে মটৰখন জিলৈ নিনি নিলে ঢেকিয়াজুলিৰ
উঠিলোঁ। পিচে মটৰখন জিলালৈ নিনি নিলে ঢেকিয়াজুলিৰ
ফাললৈ। বহুত বাট যোৱাৰ পাচত ইয়াতে উকীল আছে
ফাললৈ। বহুত বাট যোৱাৰ পাচত ইয়াতে উকীল আছে
বুলি এঠাইত মোক নমাই দিয়েই মটৰখন ওলোটাই চলাই
বুলি এঠাইত মোক নমাই দিয়েই মটৰখন ওলোটাই চলাই
দিলে। মই তেতিয়াহে সিহঁতৰ ফাকিটা বুজিলোঁ। কিন্তু কি
দিলে। মই তেতিয়াহে সিহঁতৰ ফাকিটো বুজিলোঁ। কিন্তু কি
কৰিম। খোজ কাঢ়ি ঘূৰি আহি ভালেখিনি ৰাতিহে ঘৰ
কৰিম! খোজ কাঢ়ি ঘূৰি আহি ভালেখিনি ৰাতিহে ঘৰ
পালোঁ। তাৰ পাচতো আজিলৈকে মই গাৱঁৰ বাহিৰ-
পালে।।

তাৰ পাচতো আজিলৈকে মই গাৱৰ বাহিৰ-
{{gap}}{{gap}}৪
S