পৃষ্ঠা:পৰাচিত.pdf/৪৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অনা। তৃতীয় দৃশ্য ] পৰাচিত শিৱ। তোমাৰ লগত আকৌ কি ল..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|তৃতীয় দৃশ্য|পৰাচিত|৩৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

অনা।
{{gap}}শিৱ। তোমাৰ লগত আকৌ কি লাগিল?
তৃতীয় দৃশ্য ]

পৰাচিত
{{gap}}মনো।মই ডাক্তৰি পাচ কৰা নাই যদিও ডাক্তৰি বিষয়ে
শিৱ। তোমাৰ লগত আকৌ কি লাগিল?
সকলো কথা জানো। বৰং বহুতো পাচ কৰা ডাক্তৰতকৈ মোৰ
মই ডাক্তৰি পাচ কৰা নাই যদিও ডাক্তৰি বিষয়ে
চিকিৎসা ভাল বুলি বহুতে কোৱা-মেলা কৰে। এই ব্যবসায়েৰেই যেনে-তেনে খোৰাকিটো উলিয়াই আছিলোঁ।
সকলো কথা জানো। বৰং বহুতো পাচ কৰা ডাক্ততকৈ মোৰ

চিকিৎসা ভাল বুলি বহুতে কোৱা-মেল কৰে। এই ব্যব-
{{gap}}শিৱ। পিচে?
সায়েৰেই যেনেতেনে খোৰাকিটো উলিয়াই আছিলোঁ।

শিৱ। পিচে।
মনো। পিচে সি মানুহক মই একো নাজানো বুলি তো
{{gap}}মনো। পিচে সি মানুহক মই একো নাজানো বুলি তো
কৈছেই, আকৌ হেনো চিভিল চাৰ্জনলৈকো লিখিছে। সেয়ে
কৈছেই, আকৌ হেনো চিভিল চাৰ্জ্জনলৈকো লিখিছে। সেয়ে
যদি হয়, মই বৰ বিপদত পৰিম।
যদি হয়, মই বৰ বিপদত পৰিম।

শিৱ। বিপদত পৰিবা কিয়? তুমি জানো কাৰবাক
{{gap}}শিৱ। বিপদত পৰিবা কিয়? তুমি জানো কাৰবাক
বলোৰে ঔৰ খুৱাবলৈ গৈছা?
বলেৰে ঔষধ খুৱাবলৈ গৈছা?
মনে। নাই যোৱা। তথাপি তাত হৃলপ লেঠা আছে।

পাচ নকৰাকৈ আৰু চিভিল চাৰ্জনৰ অনুমতি নোলোৱাকৈ নিজে
{{gap}}মনো। নাই যোৱা। তথাপি তাত অলপ লেঠা আছে।
পাচ নকৰাকৈ আৰু চিভিল চাৰ্জ্জনৰ অনুমতি নোলোৱাকৈ নিজে
ব্যৱস্থা বা ঔষধ তৈয়াৰ কৰি দিয়াটো অপৰাধ।
ব্যৱস্থা বা ঔষধ তৈয়াৰ কৰি দিয়াটো অপৰাধ।
সেইটো প্ৰমাণ
সেইটো প্ৰমাণ হ'লে মোৰ শাস্তি হ'ব পাৰে।

হ'লে মোৰ শান্তি হ'ব পাৰে।
তেন্তে কি কৰিব খোজা?
{{gap}}শিৱ।তেন্তে কি কৰিব খোজা?

মনে। তাৰ উপায় বিচাৰ হে আপোনাৰ ওচৰলৈ আহিছে।
আপুনি যদি দয়া কৰে, সাৰিব পাৰে।
{{gap}}মনো।। তাৰ উপায় বিচাৰ হে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যদি দয়া কৰে, সাৰিব পাৰোঁ।

শিৱ। কি কৰিব লাগে কোৱ।।
{{gap}}শিৱ। কি কৰিব লাগে কোৱাঁ।
মননা। মই ক'ম যে মই পেটেন্ট ঔষধ হে বেচেঁ। মই

নিজে কাকে। চিকিৎসা নকৰে, আৰু নিজৰ তৈয়াৰী
{{gap}}মনো। মই ক'ম যে মই পেটেন্ট ঔষধ হে বেচোঁ। মই
কোনো ঔষধ্যে নিদিওঁ। সেই কথাকে যদি গাৱৰ সকলোৱে
নিজে কাকো চিকিৎসা নকৰোঁ, আৰু নিজৰ তৈয়াৰী
শিৱ।
কোনো ঔষধো নিদিওঁ। সেই কথাকে যদি গাৱঁৰ সকলোৱে