পৃষ্ঠা:পৰাচিত.pdf/৩৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৩ নং শাৰী: ১৩ নং শাৰী:
<center>অলপ পাচত বাঁহীটো থৈ গীত গায়।</center>
<center>অলপ পাচত বাঁহীটো থৈ গীত গায়।</center>


{{gap}}মদন।{{Float left|বগাকৈ বগলী}}{{Float right|উৰে কেনে কৰি}}
{{gap}}মদন। {{Block center|<poem>বগাকৈ বগলী</poem>}}{{gap}}উৰে কেনে কৰি


<center>পাখিতে পাখি লগাই!</center>
{{gap}}{{gap}}{{gap}}পাখিতে পাখি লগাই

{{Float left|কাৰে নো উৰিব}}{{Float right|ডেকা চেঙেলীয়া}}

<center>ডেকেৰী লগতে নাই!</center>

{{Float left|হাঁহ হৈ পৰিম গৈ}}{{Float right|তোমাৰে পুখুৰীত}}

<center>পাৰ হৈ পৰিম গৈ চালত;</center>

{{Float left|ঘাম হৈ বিৰিঙিম}}{{Float right|তোমাৰে কপালত}}

<center>মাখি হৈ চুমা খাম গালত।</center>

<center>(মদনে মন নকৰাতে পুণাই সোমাই আহে।)</center>


{{gap}}পুণাই। বোলো কাৰ গালত? নেনাই মেধিৰ জীয়েক
{{gap}}পুণাই। বোলো কাৰ গালত? নেনাই মেধিৰ জীয়েক