পৃষ্ঠা:পৰাচিত.pdf/২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

হালোৱা এটাও পাবলৈ নোহোৱা হৈছে, মৈমনচিঙীয়া কেইটা
হালোৱা এটাও পাবলৈ নোহোৱা হৈছে, মৈমনচিঙীয়া কেইটা
নোহোৱা হ'লে খেতিয়েই গ'লহেতেন। এতিয়া আকৌ গাৱঁতে
নোহোৱা হ'লে খেতিয়েই গ'লহেতেন। এতিয়া আকৌ গাৱঁতে
১৩ নং শাৰী: ১২ নং শাৰী:
{{gap}}বিহু। তেওঁনো বাৰু ইমান ধন ঘটিছে কেনেকৈ?
{{gap}}বিহু। তেওঁনো বাৰু ইমান ধন ঘটিছে কেনেকৈ?
গাওঁখনতে আক দহ টকা, তাক কুৰি টকা, কাৰবাক আকৌ
গাওঁখনতে আক দহ টকা, তাক কুৰি টকা, কাৰবাক আকৌ
এশ-ছকুৰি ধাৰে দিছে;—হাজাৰ বাৰ শৰ কম হ'ব নালাগে।
এশ-ছকুৰি ধাৰে দিছে;— হাজাৰ বাৰ শৰ কম হ'ব নালাগে।
সিফালে মৈমনচিঙীয়াকো দহ-বাৰ হাজাৰমান ধাৰে দিছে বুলি
সিফালে মৈমনচিঙীয়াকো দহ-বাৰ হাজাৰমান ধাৰে দিছে বুলি
শুনিছোঁ। ইমান টকা তেওঁ পালে ক’ত!
শুনিছোঁ। ইমান টকা তেওঁ পালে ক’ত!