পৃষ্ঠা:পৰাচিত.pdf/১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:


{{gap}}মোবা। শ্ৰদ্ধা-অশ্ৰদ্ধা লৈ কথা নহয়। আচল কথা, —
{{gap}}মোবা। শ্ৰদ্ধা-অশ্ৰদ্ধা লৈ কথা নহয়। আচল কথা, —
তেওঁ গাৱৰ ভিতৰত ধনী, মানী ডাঙৰ মানুহ। তুমি বি, এ,
তেওঁ গাৱঁৰ ভিতৰত ধনী, মানী ডাঙৰ মানুহ। তুমি বি, এ,
পাচ কৰি জ্ঞানী-মানী হৈ একে গাৱঁতে থাকিলে তেওঁৰ মান
পাচ কৰি জ্ঞানী-মানী হৈ একে গাৱঁতে থাকিলে তেওঁৰ মান
কমিব, — এয়েই তেওঁৰ ভয়। সি যি কি নহওক, এতিয়া সেই
কমিব, — এয়েই তেওঁৰ ভয়। সি যি কি নহওক, এতিয়া সেই
১১ নং শাৰী: ১১ নং শাৰী:


{{gap}}লোক। নিশ্চয় কৰিম। তাৰ পৰা বৰুৱা মোৰ শত্ৰু হৈ
{{gap}}লোক। নিশ্চয় কৰিম। তাৰ পৰা বৰুৱা মোৰ শত্ৰু হৈ
উঠিব সঁচা, কিন্তু সেই ভয়ত পিচ ইকিব লাগিলে মোৰ শিক্ষাৰ
উঠিব সঁচা, কিন্তু সেই ভয়ত পিচ হুহঁকিব লাগিলে মোৰ শিক্ষাৰ
মূল্যই নাই।
মূল্যই নাই।


২২ নং শাৰী: ২২ নং শাৰী:


{{gap}}মোবা। তেন্তে পৰহিলৈ গৰুমেলামান বেলিতে আহিবা।
{{gap}}মোবা। তেন্তে পৰহিলৈ গৰুমেলামান বেলিতে আহিবা।
মই আমাৰ পামৰ আঠোটামান ডেকা: লৈ যাম। মই চাম
মই আমাৰ পামৰ আঠোটামান ডেকা লৈ যাম। মই চাম
সিহঁত মৈমনচিঙীয়া কিমান পানীৰ মাছ। এইদৰেই ইহঁতে
সিহঁত মৈমনচিঙীয়া কিমান পানীৰ মাছ। এইদৰেই ইহঁতে
অসমদেশখন খালে।
অসমদেশখন খালে।