পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
or evil, subtle.
or evil, subtle.


আকাজ-ভাগী—বিণ, কাৰ্য্যভাগী নোহোৱা, তাঁত সূতা বব নজনা তিৰোতা, অকৰ্ম্মণ্য তিৰোতা, an unaccomplished woman.
আকাজ-ভাগী—বিণ, কাৰ্য্যভাগী নোহোৱা, তাঁত সূতা বব নজনা তিৰোতা, অকৰ্ম্মণ্য
তিৰোতা, an unaccomplished woman.


আকাৰ ইকাৰ মতা—ক্ৰি, [ আকাৰ-ইঙ্গিত মতা ] কথাৰে নামাতি আকাৰ-
আকাৰ ইকাৰ মতা—ক্ৰি, [ আকাৰ-ইঙ্গিত মতা ] কথাৰে নামাতি আকাৰ-
১৬ নং শাৰী: ১৭ নং শাৰী:
আকাশৰ তৰা বিচৰা—ক্ৰি, পাব নোৱৰা বস্তুলৈ হেঁপাহ কৰা, দূৰাগত আশা কৰা, to aim at the impossible.
আকাশৰ তৰা বিচৰা—ক্ৰি, পাব নোৱৰা বস্তুলৈ হেঁপাহ কৰা, দূৰাগত আশা কৰা, to aim at the impossible.


আকালো নোহোৱা ভঁড়ালো নোহোৱা—বিণ, ধান সমূলি নাথাকিলে আকাল হয়, অধিককৈ থাকিলে ভঁড়ালত সাঁচি থোৱা হয়। এতেকে,—অতি
আকালো নোহোৱা ভঁড়ালো নোহোৱা—বিণ, ধান সমূলি নাথাকিলে আকাল হয়,
অধিককৈ থাকিলে ভঁড়ালত সাঁচি থোৱা হয়। এতেকে,—অতি
দুখীয়াও নহয় অতি চহকীও নহয় এনেৰূপ, মজলীয়া অৱস্থাপন্ন,
দুখীয়াও নহয় অতি চহকীও নহয় এনে{{বঙালী ৰূ}}প, মজলীয়া অৱস্থাপন্ন,
neither poor nor rich, of moderate means.
neither poor nor rich, of moderate means.


২৩ নং শাৰী: ২৫ নং শাৰী:
বিষম দুৰ্ঘটনা হোৱা, the falling of a bolt from the blue.
বিষম দুৰ্ঘটনা হোৱা, the falling of a bolt from the blue.


আগ কৰা–ক্ৰি, প্ৰধান পাতি লোৱা; ভক্তিৰ চিন-স্বৰূপে সম্মুখলৈ বঢ়াই দিয়া;
আগ কৰা–ক্ৰি, প্ৰধান পাতি লোৱা; ভক্তিৰ চিন-স্ব{{বঙালী ৰূ}}পে সম্মুখলৈ বঢ়াই দিয়া;
ভবিষ্যতে ভক্তি-উপহাৰ দিবৰ নিমিত্তে মনতে সঙ্কল্প কৰা, to
ভবিষ্যতে ভক্তি-উপহাৰ দিবৰ নিমিত্তে মনতে সঙ্কল্প কৰা, to
acknowledge as leader, chief or representative; to
acknowledge as leader, chief or representative; to