পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৬ নং শাৰী: ৬ নং শাৰী:
কটা আছে।
কটা আছে।


{{gap}}দক্ষিণ আমেৰিকাৰ মধ্যভাগ, ভেনিজিউলাৰ পৰ্বত শ্ৰেণীৰ পৰা
{{gap}}দক্ষিণ আমেৰিকাৰ মধ্যভাগ, ভেনিজিউলাৰ পৰ্ব্বত শ্ৰেণীৰ পৰা
মেগেলহিন প্ৰণালীকে, ৪,৫০০ মাইল দীঘল; সমুদায় খিনি
মেগেলহিন প্ৰণালীলঁকে, ৪,৫০০ মাইল দীঘল; সমুদায় খিনি
এক বৃহৎ সমস্থল; সাগৰৰ জল-সীমাৰ পৰা ২০০ ফুটতকৈ ওখ নহয়।
এক বৃহৎ সমস্থল; সাগৰৰ জল-সীমাৰ পৰা ২০০ ফুটতকৈ ওখ নহয়।
এই বৃহৎ সমস্থলক হালুৰ নিচিনা নিচেই চাপৰ পৰ্বতে তিনি খণ্ড
এই বৃহৎ সমস্থলক হাফঁলুৰ নিচিনা নিচেই চাপৰ পৰ্ব্বতে তিনি খণ্ড
কৰি তিনি খন নৈৰ তিনি জল-সত্ৰ স্বৰূপে বিভক্ত কৰিছে। অঁৰি
কৰি তিনি খন নৈৰ তিনি জল-সত্ৰ স্ব{{বঙালী ৰূ}}পে বিভক্ত কৰিছে। অঁৰিনঁ
কৰ, জল-সত্ৰৰ নাম লেন; এমেজনৰ জল-সত্ৰৰ নাম চিন্তা আৰু
কৰ, জল-সত্ৰৰ নাম লেনচ্; এমেজনৰ জল-সত্ৰৰ নাম চিনল্ভাচ্ আ{{বঙালী ৰু}}
লেপ্লাটাৰ জল-সত্ৰৰ নাম পাম্পচ। লেনচৰ পৰিমান ফল ২,৬০,০০০
লেপ্লাটাৰ জল-সত্ৰৰ নাম পাম্পাচ। লেনচৰ পৰিমান ফল ২,৬০,০০০
বৰ্গ মাইল অৰ্থাৎ ৮ খুন আসাম দেশৰ ঠাই। ই সম্পূৰ্ণ প্ৰায়
বৰ্গ মাইল অৰ্থাৎ ৮ খন আসাম দেশৰ ঠাই। ই সম্পূৰ্ণ প্ৰায়
চোতালৰ নিচিনা সমান; মাত্ৰ দুই এঠাইত কে মাইলল যুৰি
চোতালৰ নিচিনা সমান; মাত্ৰ দুই এঠাইত কেবা মাইলো যুৰি
অলপ খলা-বমা শিলৰ পকা ভেটিৰ দৰে ৪। ৫ ফুট ওখ হৈ চূণ-
অলপ খলা-বমা শিলৰ পকা ভেটিৰ দৰে ৪। ৫ ফুট ওখ হৈ চূণ-
শিল বা বালি-শিলৰ তৰপ বিলাক দেখা যায়। টিপিচ, সমস্তৰ
শিল বা বালি-শিলৰ তৰপ বিলাক দেখা যায়। ষ্তিপিচ, সমস্হলৰ
দৰে ইয়াৰৰ গঢ় ঋতু লৈ সলনি হয়। বাৰিষা কালত ই ভীষণ
দৰে ইয়াৰৰ গঢ় ঋতু লৈ সলনি হয়। বাৰিষা কালত ই ভীষণ
কুম্ভীৰ আৰু জলগ্ৰাহ সঙ্কুল এক অপাৰ সমুদ্ৰ। ৰাৰিষাৰ অন্তত
কুম্ভীৰ আৰু জলগ্ৰাহ সঙ্কুল এক অপাৰ সমুদ্ৰ। ৰাৰিষাৰ অন্তত