পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৯৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৮১৮ অসমীয়া সাহিত্যৰ চানেকি। সেহি ৰুদ্ৰসিংহ ৰা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১০১৮|অসমীয়া সাহিত্যৰ চানেকি।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>সেহি ৰুদ্ৰসিংহ ৰাই{{gap}}{{gap}}ভোগ অৱসান পাই,
১৮১৮
{{gap}}{{gap}}স্বৰ্গলোকে গৈয়া ৰহিলন্ত।
অসমীয়া সাহিত্যৰ চানেকি।
তাহান তনয় বৰ{{gap}}{{gap}}মনোহৰ কলেৱৰ,
সেহি ৰুদ্ৰসিংহ ৰাই ভোগ অৱসান পাই,
{{gap}}{{gap}}শিৱসিংহ নৃপতি ভৈলন্ত॥
স্বৰ্গলোকে গৈয়া ৰহিলন্ত।
দানত কৰ্ণৰ সম{{gap}}{{gap}}দুষ্ট দমনত যম,
তাহান তনয় বৰ
{{gap}}{{gap}}ধৈৰ্য্যত সাগৰ সমসৰ।
মনোহৰ কলেৱৰ,
প্ৰতাপত দিনমণি{{gap}}{{gap}}শত্ৰুত যেহেন গণি,
শিৱসিংহ নৃপতি ভৈলন্ত।
{{gap}}{{gap}}নৃপতিৰ গুণৰ সাগৰ॥
দানত কৰ্ণৰ সম
যাৰ ৰূপ নিৰেখিয়া{{gap}}{{gap}}কামিনী মুহিত হৈয়া,
দুষ্ট দমনত যম,
{{gap}}{{gap}}আপুন পতিক পাসৰাই।
ধৈৰ্যত সাগৰ সমসৰ।
পণ্ডিত ব্ৰাহ্মণে যাই{{gap}}{{gap}}যাৰ সন্নিকট পাই,
প্ৰতাপত দিনমণি। | শত্ৰুত যেহেন গণি,
{{gap}}{{gap}}আনন্দ ৰসত মগ্ন হই॥
নৃপতিৰ গুণৰ সাগৰ।
বেদ পথ অনুসৰি{{gap}}{{gap}}দেৱ গৃহচয় কৰি,
যাৰ ৰূপ নিৰেখিয়া কামিনী মুহিত হৈয়া,
{{gap}}{{gap}}নিৰ্ম্মল ভকতি উপাৰ্জ্জিলা।
আপুন পতিক পাসৰাই।
কৰি নানা স্বস্ত্যয়ন{{gap}}{{gap}}দুৰ্গতি কৰিলা ছন্ন,
পণ্ডিত ব্ৰাহ্মণে যাই যাৰ সন্নিকট পাই,
{{gap}}{{gap}}ধন দিয়া বিপ্ৰক তুষিলা॥
আনন্দ ৰসত মগ্ন হই।
তাহান ভৈলেক জায়া{{gap}}{{gap}}অতি সুললিত কায়া,
বেদ পথ অনুসৰি
{{gap}}{{gap}}ৰত্নকান্তি নামে মহাসতী।
দেৱ গৃহচয় কৰি,
সুললিত অঙ্গচয়{{gap}}{{gap}}দেখি মুনি মোহ হয়,
নিৰ্ম্মল ভকতি উপাৰ্জিলা।
{{gap}}{{gap}}বদনে জিনিছে নিশাপতি॥
কৰি নানা স্বস্ত্যয়ন দুৰ্গতি কৰিলা ছন্ন,
সুললিত দীৰ্ঘ কেশ{{gap}}{{gap}}যেন পাৰ্ব্বতীৰ বেশ,
| ধন দিয়া বিপ্ৰক তুষিল।
{{gap}}{{gap}}একো অঙ্গ নাহি ক্ষতিখুন।
তাহান ভৈলেক জায়া অতি সুললিত কায়া,
শাস্ত্ৰ পথ অনুসৰি{{gap}}{{gap}}স্বামীত ভকতি কৰি,
ৰত্নকান্তি নামে মহাসতী।
{{gap}}{{gap}}প্ৰকাশ কৰিছা সতীগুণ।
সুললিত অঙ্গচয়। | দেখি মুনি মোহ হয়,
হেন মহা নৃপতিৰ{{gap}}{{gap}}ৰত্নকান্তি মহিষীৰ,
| বদনে জিনিছে নিশাপতি।
{{gap}}{{gap}}আদেশ ৰত্নক শিৰে ধৰি।
সুললিত দীৰ্ঘ কেশ যেন পাৰ্বতীৰ বেশ,
কবিৰাজ দ্বিজবৰ{{gap}}{{gap}}পদ বন্দি মাধৱৰ,
একো অঙ্গ নাহি ক্ষতিখুন।
{{gap}}{{gap}}বিৰচিলা ভাষা বন্ধ কৰি॥</poem>}}
শাস্ত্ৰ পথ অনুসৰি স্বামীত ভকতি কৰি,
{{Dhr|1em}}
| প্ৰকাশ কৰিছা সতীগুণ।
{{center|⸻}}
হেন মহা নৃপতিৰ ৰত্নকান্তি মহিষীৰ,
| আদেশ ৰত্নক শিৰে ধৰি।
কবিৰাজ দ্বিজবৰ। পদ বন্দি মাধৱৰ,
বিৰচিলা ভাষা বন্ধ কৰি।