পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দামোদৰ চৰিত্ৰ। যিব সবে বিপ্ৰৰ সৰ্বস্ব লুৰিছয়। আ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||দামোদৰ চৰিত্ৰ।|৮৬৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>যিব সবে বিপ্ৰৰ সৰ্ব্বস্ব লুৰিছয়।
দামোদৰ চৰিত্ৰ।
আমাৰ আদেশে ফিৰাই দিউক সমস্তই॥
যিব সবে বিপ্ৰৰ সৰ্বস্ব লুৰিছয়।
আমাৰ আদেশে ফিৰাই দিউক সমস্তই।
শুনি গৰমালি বিপ্ৰ সঙ্গে চলি গৈলা।
শুনি গৰমালি বিপ্ৰ সঙ্গে চলি গৈলা।
লুটিয়াৰ সমস্তক যাই দেখা ভৈলা ||
লুটিয়াৰ সমস্তক যাই দেখা ভৈলা॥
গৰমালি নৃপতিৰ আদেশ কহিলা।
গৰমালি নৃপতিৰ আদেশ কহিলা।
বিপ্ৰৰ সৰস্ব সবে বাজ কৰি দিল।।।
বিপ্ৰৰ সৰ্ব্বস্ব সবে বাজ কৰি দিল॥
সৰ্বস্বক পাই দ্বিজে গৃহত ৰহিলা।
সৰ্ব্বস্বক পাই দ্বিজে গৃহত ৰহিলা।
যতেক পৰাঠ মানে সবে নিবৰ্ত্তিলা।
যতেক পৰাঠ মানে সবে নিবৰ্ত্তিলা॥
শুনা সজনে ইততা চৰিত্ৰ শুৱান।
শুনা সৰ্ব্বজনে ইতো চৰিত্ৰ শুৱান।
আত কিছু অসন্তোষ নকৰিবা মনে।
আত কিছু অসন্তোষ নকৰিবা মনে॥
ঈশ্বৰ চেষ্টাক শুনি তেজি আন কাম।
ঈশ্বৰ চেষ্টাক শুনি তেজি আন কাম।
কহে নীলকণ্ঠে ডাকি বোলা ৰাম ৰাম।
কহে নীলকণ্ঠে ডাকি বোলা ৰাম ৰাম॥
{{Dhr|1em}}
সবে লোকে বদলে ঐত ৰৈবে নুহি ভাল।
সবে লোকে বদলে ঐত ৰৈবে নুহি ভাল।
ইতো ৰাজ্য এৰি আসা পলায়ে সকল।৷
ইতো ৰাজ্য এৰি আসা পলায়ো সকল॥
সতানন্দ বদতি শুনিয়ে পুত্ৰচয়।
সতানন্দ বদতি শুনিয়ো পুত্ৰচয়।
শুনিলাহ। লোকে সবে কি বোল বোলয়।
শুনিলাহা লোকে সবে কি বোল বোলয়॥
পিতৃ আদেশ শুনি বুজি পাছে পুত্ৰগণ।
পিতৃ আদেশ শুনি বুজি পাছে পুত্ৰগণ।
ৰাজ্য এৰি পলাইক কৰিলা যতন।
ৰাজ্য এৰি পলাইবাক কৰিলা যতন॥
ভাণ্ডাৰ ভাঙ্গিয়া ধন্য বাজ কৰি দিল।
ভাণ্ডাৰ ভাঙ্গিয়া ধন্য বাজ কৰি দিলা।
চিৰা চাউল দাসী দাস সমস্তে কৰিলা।
চিৰা চাউল দাসী দাস সমস্তে কৰিলা॥
বৰ এক খান নৌকা সাজিয়! অনিল।।
বৰ এক খান নৌকা সাজিয়া অনিল।
সেই সেহি বেলা ব্ৰাহ্মণীৰ দুহিতা জন্মিল
সেই সেহি বেলা ব্ৰাহ্মণীৰ দুহিতা জন্মিল॥
এক দশ দিন গতে শুদ্ধি যেৰে গৈলা।
এক দশ দিন গতে শুদ্ধি যেৰে গৈলা।
যত বস্তু নাৱে তুলি যাইবা সাজে ভৈলা।
যত বস্তু নাৱে তুলি যাইবা সাজে ভৈলা॥
পলাইলা ৰাজ্যৰ লোক আছিলেক যত।
পলাইলা ৰাজ্যৰ লোক আছিলেক যত।
পুত্ৰ দ্বাৰা সমে দ্বিজ চৰিলা নাওত।
পুত্ৰ দ্বাৰা সমে দ্বিজ চৰিলা নাওত॥
বৰদায়া হন্তে নীলাচলক এৰাই।
বৰদায়া হন্তে নীলাচলক এৰাই।
হাজো থানে প্ৰবেশিলা লোহিতে ভাঠিয়াই।
হাজো থানে প্ৰবেশিলা লোহিতে ভাঠিয়াই॥</poem>}}