পৃষ্ঠা:ফুল.pdf/১৫৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "| [ • ] ৬। ফুল-(পঞ্চম সংস্কৰণ) সংস্কৰণৰ সংখ্যাই জনপ্র..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৭, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| [ • ] ৬। ফুল-(পঞ্চম সংস্কৰণ) সংস্কৰণৰ সংখ্যাই জনপ্রিয়তাৰ পৰিচয়। ১। সতীৰ তেজ ( ৩য় সংস্কৰণ) ১৮+ অসমীয়া ভাষাত ইয়াতকৈ উৎকৃষ্ট নাটক ওলােৱা নাই। ২! পৰাচিত (সামাজিক) ১২ পমুৱা-সমস্যা আৰু ধনী মানুহৰ স্বাৰ্থপৰতাৰ হু-বহু চিত্ৰসমীয়া হিন্দু মুচলমানৰ মিলাপ্ৰীতিৰ অকৃত্রিম আলেখ্য। ৩। নগৰৰ বিহুতলী ( ধেমেলীয়া) • আমােদ আৰু শিক্ষাৰ সমন্বয় ইয়াৰ বিশেষত্ব। ৪। পােহনীয়া কুকুৰ [ ধেমেলীয়া ] • ধেমালিৰ ছলেৰে প্ৰকাশ কৰা আধুনিক ৰাজনীতি আৰু সমানীতিৰ প। “নগৰৰ বিহুতলী আৰু পােহনীয়া কুকুৰে অসমীয়া ধেমেলীয়া নাটক মাজত বিশিষ্ট আসন লব”। -বিহলঙনি। । কীচক বধ ( ধেমেলীয়া) • মহাভাৰতৰ কীচক ৰধৰ যােগেদি আধুনিক কীচকসকলৰ ভাগ্য- কাব্য আৰু কবিতা। ১। অসম-সন্ধ্যা-৩, মানৰ দিনৰ ঘটনা লৈ লিখা বাইশ সৰ শ্ৰেষ্ঠ কাব্য। “এই কাৰ্যৰ ৰা আমাৰ সাহিত্যৰ গাম্ভীর্য বাঢ়িব”। | – স্বাঃ) শ্রীকৃষ্ণকান্তু সলিকৈ { ভাইচ চেঞ্চোৰ, গুৱাহাটী-বিশ্ববিদ্যালয়।