পৃষ্ঠা:ফুল.pdf/১৫৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "শ্রীদণ্ডিনাথ কলিতাৰ বিবিধ গ্রন্থ। উপন্যাস। ১। আ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৭, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্রীদণ্ডিনাথ কলিতাৰ বিবিধ গ্রন্থ। উপন্যাস। ১। আবিষ্কাৰ-৩, “মাজ-সংস্কাৰ কাৰ্য্যত এই উপন্যাসখনিয়ে সাহায্য কৰিব বুলি আমি আশা ৰাখিলোঁ।” -নতুন অসমীয়া। “দুপাই বন্ধাই উপহাৰ দিবলগীয়া কিতাপ”।–বিহলঙনি। ২। অদৃষ্ট-১ ঘটনৰ সমাবেশ অতি চমকপ্রদ—ডিটেক্টিভ উপন্যাসতবৈ ও ৰােমাঞ্চকৰ। “গাৱলীয়া চৰিত্ৰৰ নিখুত অঙ্কনেই হৈছে অদৃষ্ট উপন্যাসৰ বিশেষত্ব”। -বিহলঙনি। ৩। গণ-বিল্পব-১ld | ইয়াত ধৰ্ম্ম, বুৰঞ্জী, ৰাজনীতি, সমাজনীতি সকলোৰে সমন্বয়। “পাঠকক আকৰ্ষণ কৰি ৰখাৰ ক্ষমতা আছে”। -বিহলঙনি। ৪। হত্যাকাৰী কোন-১০ ৰােমাঞ্চকৰ ঘটনাৰে ভৰপুৰ ডিটেক্টিভ উপন্যাস হলেও ইয়াত কোনে: অস্বাভাৱিক বা অবাস্তৱ ঘটনা নাই। “গাৱলীয়া চৰিত্ৰ সুন্দৰকৈ ফুটি উঠিছে।” -বিহলঙনি। ৫। পৰিচয়-১৩ পৰিচয়ৰ মাজতে কিমান জটিলতা সােমাই থাকে, কিমান হর্ষ-বিষাদৰ সৃষ্টি হয় , তাৰ সম্ভেদ মনােমুগ্ধকৰ উপন্যাস পৰিচয়ত পাব।