অৰুনোদই সম্বাদ পত্ৰ/ফেব্ৰোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ added Category:অৰুনোদই সম্বাদ পত্ৰ using HotCat |
|||
৩৩ নং শাৰী:
==দ্বিতীয় পৃষ্ঠা==
<!-- দ্বিতীয় পৃষ্ঠা / প্ৰথম শাৰী -->
ৰজাৰ গদ্ৰেদা নামেৰে জি জিজেক ১০৮৫ সঁকত ম্ৰিত্যু হৈচিল, সেই মৰা স তেওঁৰেই । আৰে ওচৰতে তেওঁৰ স্বামিৰ স থোআ পেৰাও পালে; তেওঁ ১০৮৮ সঁকত ম্ৰিত্যু হল । এতিয়া ৭৫৮ বচৰ হৈচে, তথাপি হাৰ মাটিত লিন ন গল । তাৰ ওচৰত আন আন স ধোআ সিলৰ পেৰা কেইবাটাও পালে ।
ইংলণ্ডত ইটা সজা এটা কুমাৰে ৬ নৱেম্বৰত ফটিকা খাই অচেতন হৈ ৰাতি ঘৰলৈ জাঁওতে বৰ্মিংহেম ৰেল্ৰদ পাৰ হবলৈ ধৰঅত কল লগা এখন ৰথ তাৰ ওপৰে গৈ এটা ঠেঙ্গ কাটি, হাতো ভাগি, মুৰ আৰু গা ডোখৰ জোল কৰাত একে খেনতে প্ৰান গল ।
ইংলণ্ড দেসত নাগ মাটি খনা অনেক বৰ গাঁত আচে । জি এবিধ বায়ুত জুই লাগি কাঠ নো হোআকৈ খাৰৰ দৰে বৰকৈ পোৰে, এনে বায়ু সেই গাঁতবিলাকত থাকি, কোনো কালে জুই লাগিলে তাত কাম কৰা মানুহক মাৰে । ৫ নৱেম্বৰ তাৰিখত হেডক নামে এখন গাৱত এনে গাঁতত ১৯ মনুহ কাম কৰিবলৈ সোমালত একে বেলি বায়ুত জুই লাগিল; ৯ জন তাতে মৰিল, সি সকলো এধা পোৰা হল, এটা মাথোন জিবলৈ আসা আচে ।
আলজেৰি দেসৰ আৰবে সৈতে ফ্ৰাঞ্চি সেনাপতিএ ২৭ আক্তোবৰ তাৰিখত জুধ কৰি ৩০০ আৰব মানুহক মাৰিলে । পাচেও বনত বহু মানুহক মাৰিলে, আৰু জিবিলাকে দুটা বৰ গাঁতৰ ভিতৰত পলাই আচিলে, তাৰ মুখত খৰি চপাই সেইবোৰকো মাৰিলে ।
মাদাগাস্কাৰ উপদিপৰ লোকে সৈতে ৰন কৰিবলৈ ফ্ৰাঞ্চি ৰজাই ৫ খান জাহাজ ৮০০০ আঠ হেজাৰ মান সেনাই তালৈ পাঁচিবলৈ উপাই কৰিচে ।
স্ৰী দ্বাৰকানাথ ঠাকুৰ বাবুএ ইংলণ্ডৰ পৰা পাৰি নামে ফ্ৰাঞ্চি ৰাজ নগৰলৈ জাৰ কালি গৈ মাহ চাৰেক তাতে থাকিব, ইয়াকে কোনো এক পত্ৰত লিখিচে ।
ইংৰেজি জাহাজৰ এক কাপ্তান সাহাবে খেহ দেসৰ দুজন ডেকা মানুহ লণ্ডন নগৰলৈ নিলত
<!-- দ্বিতীয় শাৰী -->
খনিকৰে দুইৰো মুৰ্তিৰ নক্চা লিখিলে । এটাৰ নক্চা তলত লিখা আচে; চেলা বন্ধা চুলি বৰ দিঘল, হাতত টুপি লৈচে ।
লণ্ডন নগৰত অক্তোবৰ মাহৰ সেস দিনৰ ভিতৰত নানা ৰোগেৰে মৰা মনুহৰ লেখ ৯৪৮ ।
ইটালি দেসৰ ঠায়ে ঠায়ে ৰেল্ৰদ অৰ্থাত কলৰ
==তৃতীয় পৃষ্ঠা==
[[শ্ৰেণী:অৰুনোদই সম্বাদ পত্ৰ]]
|