অৰুনোদই সম্বাদ পত্ৰ/জানোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৬৫ নং শাৰী:
 
কলিকতাৰ এচৰে বালি খালৰ ওপৰত জি
 
<!-- দ্বিতীয় পৃষ্ঠা / দ্বিতীয় শাৰী -->
ইউৰপৰ সকল দেসত এনে ভাপৰ কল লগা ৰথত জাই । সেই ৰথ সমানে যাবৰ নিমিতে লোহাৰ দুডাল আলিত পাতে, তাকে ৰেল্‌ৰদ বোলে । ৰধৰ ঘিলা সোমাই যাবৰ নিমিতে সেই লোহাৰ ডালত লোৰ থাকে, তাতে একে ঠৰে জাই । এনে ৰথ এক ঘৰিতে ডেৰ কুৰি, দু কুৰি, তিলি কুৰি মাইল অৰ্থাত এইমান ডাঁৰৰ বাট জাব পাৰে; কোনো কালত তাতকৈ অধিকো জাই । ইংলেণ্ডত ২০১৯ মাইলৰ দিঘল ৰেল্‌ৰদ পাতি আচে; আমেৰিকাতো আচে ঠায়ে ঠায়ে ৩৬৮৮ মাইল । ৰেল্‌ৰদত জোআ ৰথৰ নক্‌চা তলত লিখা আচে । প্ৰথম ৰথত কল থাকে, দুতিয় ৰথত জুইত দিবলৈ নাগ মাটি, তাৰ পাচে বস্তু থোআ এখান, নতুন লোহাৰ সাঁকো সাজিচে, ১২ জুন তাইখত ভাগি পৰিল । সেই সাঁকো ১৬৭ হাত দিঘল ।